ব-দ্বীপ (ইংৰাজী: River delta) হৈছে এক প্ৰাকৃতিক ভূমি। নদীয়ে কঢ়িয়াই লৈ অনা মাটি নদীৰ মোহনাত জমা হয়। এনে দীৰ্ঘদিনধৰি জমা হোৱা মাটিয়েই ব-দ্বীপৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা দ্বীপৰ আকৃতি অসমীয়া বৰ্ণ ‘’-ৰ দৰে হোৱা বাবে ইয়াক ব-দ্বীপ নামাকৰণ কৰা হয়।

নীল নদীৰ ব-দ্বীপ

বহিঃসংযোগ সম্পাদনা কৰক