ভলিবল (ইংৰাজী: Volleyball) অলিম্পিক খেলত দুই দলেৰেই ছয়জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ণ্ট অৰ্জন কৰা।

ভলিবল

ভলিবল খেলৰ এটা দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা FIVB
প্ৰথমবাৰ খেলা হয় ১৮৯৫, হলিউক, মেছাচুছেটচ্, আমেৰিকা যুক্তৰাষ্ট্ৰ
বৈশিষ্ট্য
সংস্পৰ্শ No Contact
দলৰ সদস্য
মিশ্ৰিত লিঙ্গৰ খেল একক
বৰ্গীকৰণ ইনডোৰ, বীচ, ঘাঁহ
উপকৰণ ভলিবল
অলিম্পিক ১৯৬৪

খেলৰ নিয়ম-কানুন সম্পাদনা কৰক

 
ভলিবল কোৰ্ট

ভলিবল ১৮ মিটাৰ (৫৯ ফুট) দীঘল আৰু ৯ মিটাৰ (২৯.৫ ফুট) ওখ কোৰ্টত খেলা হয়, যিটো এটা নেটৰ দ্বাৰা দুটা ৯মিঃ×৯মিঃত বিভক্ত। নেটটোৰ উচ্চতা ১ মিটাৰ আৰু ইয়াৰ শীৰ্ষ প্ৰান্ত কোৰ্টৰ কেন্দ্ৰৰ ভূমিৰ পৰা ২.৪৩ মিঃ (পুৰুষৰ বাবে) আৰু ২.২৪ মিঃ (নাৰীৰ বাবে) উচ্চতাত অৱস্থিত। যদিও শিশু-কিশোৰ আৰু বয়স্কসকলৰ বাবে উচ্চতাৰ প্ৰয়োজনমতে পৰিৱৰ্তন ঘটে।

নিয়ন্ত্ৰক সংস্থা সম্পাদনা কৰক

আন্তৰ্জাতিক ভলিবল সংস্থা বা এফআইভিবি বীচ ভলিবলসহ ইনডোৰ ভলিবল আৰু ঘাহঁ পূৰ্ণ পথাৰত ভলিবল খেলাৰ আন্তৰ্জাতিক নিয়ন্ত্ৰণকাৰী ক্ৰীড়া পৰিচালনাকাৰী সংস্থা হিচাপে পৰিচিত।[1] ইয়াৰ সদৰ দফতৰ চুইজাৰলেণ্ডৰ লৌজানত অৱস্থিত। বৰ্তমানত ইয়াৰ সভাপতি হিচাপে আছে চীনৰ উই জিঝং।[2]

তথ্য সূত্ৰ সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক