ভাপ ইঞ্জিনহৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰি(Working fluid) যান্ত্ৰিক কাৰ্য কৰে । প্ৰায় ২000 বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সজুঁলি পোৱা নাযায় । ১৬০৬ চনত স্পেনিছ উদ্ভাৱক জিৰ'নিম' দি আয়ানজ্‌ বুমণ্টে(Jerónimo de Ayanz y Beaumont) প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট কৰিছিল ।

১৮১৭ চনত বল্টন আৰু ৱাটে বনোৱা ভাপকল, ইয়াক নেডাৰটনৰ লো কাৰু-কাৰ্যত ব্যৱহাৰ কৰিছিল ।