ভাৰতৰ শিক্ষা মন্ত্ৰালয়
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (ইংৰাজী: Ministry of Human Resource Development), পূৰ্বে শিক্ষাৰ মন্ত্ৰালয় (১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈকে), ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত 'স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ' আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰযুক্তিবিদ্যাৰ শিক্ষা, বৃত্তি ইত্যাদিৰ সৈতে জড়িত 'উচ্চ শিক্ষাৰ বিভাগ'।[2]
মন্ত্ৰণালয়ৰ ৰূপৰেখা | |
---|---|
ক্ষেত্ৰাধিকাৰ | ভাৰত |
মুখ্য কাৰ্যালয় | শাস্ত্ৰী ভৱন, ড॰ ৰাজেন্দ্ৰ প্ৰসাদ ৰোড, নতুন দিল্লী |
বাৰ্ষিক বাজেট | ₹৯৯,৩১২ কোটি (১৩.৯২ বিলিয়ন ডলাৰ) (2020-21 est.)[1] |
দায়বদ্ধ মন্ত্ৰী | ৰমেশ পখ্ৰীয়াল 'নিশাংক', কেবিনেট মন্ত্ৰী |
Deputy Minister responsible | সঞ্জয় শামৰাও ধট্ৰে, ৰাজ্যিক মন্ত্ৰী |
মন্ত্ৰণালয়ৰ কাৰ্যবাহী | R. Subrahmanyam, (IAS Officer) Rina Ray, (IAS Officer) |
সন্তান সংস্থা | স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ (Department of School Education and Literacy) উচ্চ শিক্ষাৰ বিভাগ(Department of Higher Education) |
ৱেবছাইট | mhrd |
স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ সম্পাদনা কৰক
স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ দেশত বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতাৰ বিকাশৰ বাবে দায়বদ্ধ। ই শিক্ষাৰ সৰ্বজনীনতাৰ হকে কাম কৰে।
উচ্চ শিক্ষাৰ বিভাগ সম্পাদনা কৰক
সাংগঠনিক সজ্জা সম্পাদনা কৰক
উদ্দেশ্য সম্পাদনা কৰক
উদ্ভাৱনী কক্ষ সম্পাদনা কৰক
এম আই চি(MIC)ৰ মুখ্য প্ৰথম পদক্ষেপসমূহ সম্পাদনা কৰক
মন্ত্ৰীমণ্ডলী সম্পাদনা কৰক
ৰমেশ পখ্ৰিয়াল 'নিচাংক' (৩১ মে', ২০১৯-বৰ্তমানলৈকে)
ৰাজ্যিক মন্ত্ৰীমণ্ডলী সম্পাদনা কৰক
- সঞ্জয় শৰ্মা ধোট্ৰী (৩১ মে', ২০১৯-বৰ্তমান)
ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক স্থানাংকন কাঠামো সম্পাদনা কৰক
তথ্যউৎস সম্পাদনা কৰক
- ↑ "Union Budget 2020-21 Analysis" (PDF). prsindia.org. 2020. Archived from the original on 2020-02-26. https://web.archive.org/web/20200226124436/https://prsindia.org/sites/default/files/budget_files/Union%20Budget%20Analysis%20-%202020-21.pdf। আহৰণ কৰা হৈছে: 2020-05-21.
- ↑ [1] MHRD Who's who