মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান চুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰমুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।[1][2]

মুম্বাই চিটি এফ চি मुंबई सिटी एफ सी
সম্পূৰ্ণ নাম মুম্বাই চিটি ফুটবল ক্লাব
প্ৰতিষ্ঠা ২০১৪
খেলপথাৰ মুম্বাই ফুটবল এৰিনা
(আসন: ৬,৬০০)
গৰাকী চিটি ফুটবল গ্ৰুপ (৬৫%)
ৰণবীৰ কাপুৰ (১৮%)
বিমল পাৰেখ (১৭%)
মেনেজাৰ চেক গণৰাজ্য পিটাৰ ক্ৰাটকী
লীগ ইণ্ডিয়ান চুপাৰ লীগ
২০২২-২৩
ৱেবছাইট ক্লাব হ'ম পেজ Club home page
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং

এই ফুটবল ক্লাব চিটি ফুটবল গ্ৰুপ, বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ ক'লাবাৰ কুপাৰেজ পথাৰত হয়।[1]

বুৰঞ্জী সম্পাদনা কৰক

২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান চুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।[1][3]

মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।[4]

ষ্টেডিয়াম সম্পাদনা কৰক

মুম্বাই চিটি এফচিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ৬,৬০০ আসন বিশিষ্ট মুম্বাই ফুটবল এৰিনাত খেলে।

খেলুৱৈ সম্পাদনা কৰক

বৰ্তমান দল সম্পাদনা কৰক

টোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
1   গ’লকীপাৰ চুব্ৰতা পল
2   ডিফেণ্ডাৰ জহান লেটজেল্টাৰ
3   ডিফেণ্ডাৰ ৰাজু গাইক্বাদ
4   মিড ফিল্ডাৰ তিয়াগ' ৰিবেইৰ'
5   ডিফেণ্ডাৰ মেনুৱেল ফ্ৰাইড্ৰিচ (vice captain)
6   মিড ফিল্ডাৰ জান স্তহাঞ্জ
7   মিড ফিল্ডাৰ ৰ'হিত মিৰ্জা
8   মিড ফিল্ডাৰ ফ্ৰেড্ৰিক জাংবাৰ্গ
9   ফৰৱাৰ্ড অভিচেক য়াদৱ
10   ফৰৱাৰ্ড দিয়েগ' নাদায়া
11   মিড ফিল্ডাৰ জাভি ফাৰ্ণাণ্ডেজ
12   ফৰৱাৰ্ড চিংগম চুভাচ চিং
13   মিড ফিল্ডাৰ ৰাম মালিক
14   ফৰৱাৰ্ড নাদং ভুতিয়া
নং স্থান খেলুৱৈ
15   মিড ফিল্ডাৰ আচিফ কত্তায়িল
16   ডিফেণ্ডাৰ পিটাৰ ক'ষ্টা
17   ডিফেণ্ডাৰ দীপক মণ্ডাল
18   ফৰৱাৰ্ড চুচিল কুমাৰ চিং
19   ডিফেণ্ডাৰ চৈয়দ ৰহিম নাবি (captain[5])
20   মিড ফিল্ডাৰ লাল্ৰিণ্ডিকা ৰাল্টেল
21   মিড ফিল্ডাৰ আণ্ড্ৰে' ম'ৰিট্জ
23   ফৰৱাৰ্ড লাল্ৰিন ফেলা
26   ডিফেণ্ডাৰ ইলিয়াচ পল্লালিচ
27   ডিফেণ্ডাৰ পাভেল ম'ভ্চ
31   গ’লকীপাৰ ঈশান দেবনাথ
39   ফৰৱাৰ্ড নিক'লাচ এনেল্কা [6]
41   গ’লকীপাৰ আণ্ড্ৰে' প্ৰেট'

টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে।

দল পৰিচালনা সম্পাদনা কৰক

পদবী নাম
মুখ্য প্ৰশিক্ষক   পিটাৰ ক্ৰাটকী
সহযোগী প্ৰশিক্ষক   এন্থনী ফাৰ্নানডেজ

কিত্ নিৰ্মাতা আৰু চোলা পৃষ্ঠপোষক সম্পাদনা কৰক

সময় কিত্ নিৰ্মাতা চোলা পৃষ্ঠপোষক
২০২২- পিউমা ষ্টেক নিউজ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Basu, Saumyajit. "Stars embrace soccer through Indian Super League". Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/Stars-embrace-soccer-through-Indian-Super-League/articleshow/33712666.cms#write। আহৰণ কৰা হৈছে: 22 April 2014. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2015-09-23. https://web.archive.org/web/20150923211516/http://www.croydonadvertiser.co.uk/Crystal-Palace-team-Mumbai-City-FC-search-Indian/story-24642956-detail/story.html। আহৰণ কৰা হৈছে: 2014-12-02. 
  3. "Indian Super League sees interest from 30 franchise bidders". Business Standard. http://www.business-standard.com/article/companies/indian-super-league-sees-interest-from-30-franchise-bidders-114032300585_1.html। আহৰণ কৰা হৈছে: 22 April 2014. 
  4. "Ex-Liverpool stars Luis Garcia and Josemi start as Atletico de Kolkata win first Indian Super League clash against Mumbai City". Daily Mail. Associated Press. 12 October 2014. http://www.dailymail.co.uk/sport/football/article-2790093/ex-liverpool-stars-luis-garcia-josemi-start-atletico-kolkata-win-indian-super-league-clash-against-mumbai-city.html। আহৰণ কৰা হৈছে: 13 October 2014. 
  5. "MCFC coach Reid not worried over Anelka's unavailability". The Times of India: 23. 10 October 2014. 
  6. "Nicolas Anelka joins Mumbai City in Indian Super League". Sports-nova. Archived from the original on 10 October 2014. https://web.archive.org/web/20141010145838/http://sports-nova.com/nicolas-anelka-join-mumbai-city-indian-super-league/। আহৰণ কৰা হৈছে: 15 September 2014.