য় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'য়'ৰ লগত যোগ হ'লে
য়
য়া
য়ি
য়ী
য়ু
য়ূ
য়ৃ
য়ে
য়ৈ
য়ো
য়ৌ

'য়'যুক্ত শব্দ সম্পাদনা কৰক

  • বয়স
  • লয়
  • ভয়
  • জয়
  • ৰয়নী আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ