যৌগিক সংখ্যা (ইংৰাজী: Compound Number) যি বিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। যেনে– ৪, ৬, ৮, ১০, ১২ ইত্যাদি।[lower-alpha 1]

টোকা সম্পাদনা কৰক

  1. ১ সংখ্যাটো মৌলিকো নহয় আৰু যৌগিকো নহয়।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Fun Facts". https://www.splashlearn.com/math-vocabulary/algebra/composite-number। আহৰণ কৰা হৈছে: 24 sep 2020.