লক্ষীপুৰ (IPA: ˈlækɪˌpʊə) (ইংৰাজী: Lakhipur) অসমকাছাৰ জিলাত অৱস্থিত এখন ঠাই।

লক্ষীপুৰ
—  নগৰ  —
লক্ষীপুৰ is located in Assam
লক্ষীপুৰ
অসম ত অৱস্থান
ভৌগোলিক স্থানাংক: 24°48′N 93°01′E / 24.8°N 93.02°E / 24.8; 93.02স্থানাংক: 24°48′N 93°01′E / 24.8°N 93.02°E / 24.8; 93.02
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাছাৰ
উচ্চতা ২২ মিটাৰ (৭২.১৮ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১২,৫৪৫ জন
ভাষা
 - চৰকাৰী বাংলা
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 783129
Telephone code 0091 3663 28

ইতিহাস সম্পাদনা কৰক

লক্ষীপুৰ নামটোৰ উৎপত্তি সম্পৰ্কে প্ৰধানকৈ দুটা ধাৰণা প্ৰচলিত। প্ৰথমটোৰ মতে এই নামটো হিন্দুসকলৰ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পৰা আহিছে। দ্বিতীয়টো ধাৰণা অনুসৰি ইয়াত ৰাজত্ব কৰা প্ৰখ্যাত ডিমাছা ৰজা লক্ষ্মীনাৰায়ণৰ পৰা ঠাইখনৰ নামটো লক্ষীপুৰ হ'ল।

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

ভৌগোলিকভাৱে লক্ষীপুৰ 24°48′N 93°01′E / 24.8°N 93.02°E / 24.8; 93.02.[1] ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২২ মিটাৰ (৭২ফুট)

আন্তঃগাঁথনি সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি[2] লক্ষীপুৰৰ মুঠ জনসংখ্যা ৯৭০৮ জন। ইয়াৰে ৪৯৭৬ জন পুৰুষ আৰু ৪৭৩২ গৰাকী মহিলা। মুঠ জনসংখ্যাৰ ১৬% ছয় বছৰৰ অনুৰ্ধ্বৰ।

লক্ষীপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৭% আৰু ৫২%।

যাতায়ত ব্যৱস্থা সম্পাদনা কৰক

আলিপথ-

  1. Fulertal – Lakhipur – Sapormoina Road.
  2. Pailapool- Kumacherra Road.
  3. Joypur Sibasthan Road.
  4. Banskandi-Sonai Road
  5. Binnakandi-Singerband

ৰে'লপথ: শিলচৰৰ পৰা লক্ষীপুৰ হৈ মণিপুৰলৈ এটা মিটাৰ গজ লাইন পাৰ হৈ গৈছে।

শিক্ষা সম্পাদনা কৰক

  • মহাবিদ্যালয়ৰ সংখ্যা- ৩
  • উচ্চতৰ মাধ্যমিক বিদ্যালয়- ৪খন
  • হাই মাদ্ৰাছা- ৬
  • উচ্চ মাধ্যমিক বিদ্যালয়- ৫
  • প্ৰাথমিক বিদ্যালয়- ৩৩৫

ৰাজনীতি সম্পাদনা কৰক

লক্ষীপুৰ শিলচৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[3]

শিৰোনাম পাঠ্য সম্পাদনা কৰক

উল্লেখযোগ্য ব্যক্তি সম্পাদনা কৰক

উল্লেখযোগ্য স্থান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক