১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৩ জানুৱাৰী (ইংৰাজী: 13 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫২টা দিন (অধিবৰ্ষত ৩৫৩টা দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী সম্পাদনা কৰক

  • ১৮৮৯ - অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৯৭৪ - হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক