১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

১৪ নৱেম্বৰ (ইংৰাজী: 14 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৮তম (অধিবৰ্ষত ৩১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

  • ১৮৮৯ - জৱাহৰলাল নেহৰু, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী। ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
  • ১৮৯১ - ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিং, ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ৰ জন্ম হয়। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
  • ১৯২৪ - ৰোহিনী ভাটে, ভাৰতৰ অভিজ্ঞ কথক নৃত্যশিল্পী।
  • ১৯৪১ - মামণি ৰয়ছম গোস্বামী, অসমীয়া সাহিত্যিক। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী
  • ১৯৪৫ - বিক্ৰম গোখলে, ভাৰতীয় অভিনেতা।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক