১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮  ২৯  ৩০
৩১  

২২ মাৰ্চ (ইংৰাজী: 22 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮১তম (অধিবৰ্ষত ৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৪টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

  • ১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
  • ১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ১৯৪৯ - গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬)
  • ১৯৬০ - ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।

মৃত্যু সম্পাদনা কৰক

  • ১৮৯২ - বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
  • ১৯৭৭ - এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
  • ২০১৬ - ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।

দিৱস সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক