১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৬ জুলাই (ইংৰাজী: 26 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৭তম (অধিবৰ্ষত ২০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৮টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮৫৬ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
  • ১৯০৮ - ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়।
  • ১৯৬৫ - মালদ্বীপে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ - কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
  • ২০০১ - শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।

জন্ম সম্পাদনা কৰক

  • ১৮৫৬ - জৰ্জ বাৰ্ণাৰ্ড শ্ব, এগৰাকী বিখ্যাত আইৰিছ নাট্যকাৰ।
  • ১৮৯৪ - আলডুছ হাক্সলী, প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক।
  • ১৯২৮ - ষ্টেনলি কুবৰিক, আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
  • ১৯৬৪ - ছান্দ্ৰা বুলক, হলিউডৰ অভিনেত্ৰী।
  • ১৯৬৭ - জেছন ষ্টাথাম, হলিউডৰ অভিনেতা।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক