১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২৭ ফেব্ৰুৱাৰী (ইংৰাজী: 27 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮৪৪ - ড'মিনিকান প্ৰজাতন্ত্ৰই হাইটিৰ পৰা স্বাধীনতা লাভ কৰিছিল।
  • ১৮৭০ - জাপানৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল।
  • ১৯৯১ - ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে তদানীন্তন আমেৰিকান ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে।
  • ২০০২ - গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত হিন্দু স্বয়ংসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হয় ফলত কমেও ৬০ জন লোকৰ প্ৰাণহানি হয়।

জন্ম সম্পাদনা কৰক

  • ২৭২ - কনষ্টেনটাইন, ৰোমান সম্ৰাট।
  • ১৯২৫ - ব্ৰজেন বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৮৬ – সন্দীপ সিং, ভাৰতীয় হকী খেলুৱৈ।
  • ১৯৮৮ - সুবাসনা দত্ত, অসমীয়া কণ্ঠশিল্পী।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক