১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮  ১৯  ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২৮ এপ্ৰিল (ইংৰাজী: 28 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৮তম (অধিবৰ্ষত ১১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৭টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৩৬ - ওড়িয়া ভাষাৰ প্ৰথম কথাছবি সীতা বিবাহ পুৰীৰ লক্ষ্মী চিনেমা হলত মুক্তি লাভ কৰিছিল।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৮৮৩ - জন ৰাছেল, ইংৰাজ চিকাৰী।
  • ১৯৪৫ - বেনিতো মুছোলিনি, দ্বিতীয় মহাযুদ্ধৰ সময়ত ইটালীৰ সৰ্বাধিনায়ক। (জন্ম: ১৮৮৩)
  • ২০২১ - মাইকেল কলিন্স, আমেৰিকান মহাকাশচাৰী।

দিৱস সম্পাদনা কৰক

  • ছাৰ্ডিনিয়া দিৱস (ছাৰ্ডিনিয়া)
  • ৰাষ্ট্ৰীয় বীৰ দিৱস (বাৰ্বাডোচ)

তথ্য সংগ্ৰহ সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক