১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২৮ ডিচেম্বৰ (ইংৰাজী: 28 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬২তম (অধিবৰ্ষত ৩৬৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

  • ১৯০৭ - গণেশ গগৈ, অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি।
  • ১৯১১ - ফনি মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ১৯৩২ - ধীৰুভাই আম্বানি, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
  • ১৯৩৪ - মেগী স্মিথ, হলিউডৰ অভিনেত্ৰী।
  • ১৯৩৭ - ৰতন টাটা, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
  • ১৯৫২ - অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক