১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭  ২৮  ২৯ ৩০
৩১  

২৮ মাৰ্চ (ইংৰাজী: 28 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৭তম (অধিবৰ্ষত ৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭৮টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৫৯২ - জন এম'ছ কমেনিয়াছ, চেক গণৰাজ্যৰ দাৰ্শনিক।
  • ১৯৪১ - ভাৰ্জিনিয়া উল্‌ফ, ব্ৰিটিছ ঔপন্যাসিক। (জন্ম: ২৫ জুন, ১৮৮২)
  • ১৯৬৮ - হলধৰ ভূঞা, অসমীয়া সমাজকৰ্মী। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন জনমদাতা।
  • ২০১৯ - প্ৰফুল্ল ৰাজগুৰু, অসমীয়া শিক্ষাবিদ, সাংবাদিক।

দিৱস সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক