১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯  ২০ 
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২৯ এপ্ৰিল (ইংৰাজী: 29 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৯তম (অধিবৰ্ষত ১২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৬টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

  • ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (মৃত্যু: ২ অক্টোবৰ, ১৯০৬)
  • ১৯২৪ - অৰুন্ধতী দেৱী, ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী।
  • ১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক।
  • ১৯৬৫ - জ্যোতিৰেখা হাজৰিকা, অসমীয়া সাহিত্যিক।
  • ১৯৭০ - আন্দ্ৰে আগাছী, আমেৰিকান টেনিছ খেলুৱৈ।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

  • আন্তৰ্জাতিক নৃত্য দিৱস।

তথ্য সংগ্ৰহ সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক