১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৩ নৱেম্বৰ (ইংৰাজী: 3 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৭তম (অধিবৰ্ষত ৩০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৫৭ - স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। [1]

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৯৪৭ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
  • ১৯৭৫ - ছৈয়দ নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ২০১২ - কৈলাশপতি মিশ্ৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
  • ২০১৪ - সদাশিৱ অমৰপুৰকাৰ, ভাৰতীয় অভিনেতা।

দিৱস সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক