১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৭ নৱেম্বৰ (ইংৰাজী: 7 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১১তম (অধিবৰ্ষত ৩১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯১৭ - ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ হয়। জাৰৰ শাসন অন্ত পৰে।
  • ১৯৬২ - নেলছন মেণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়। পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয়।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক