১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

৯ ফেব্ৰুৱাৰী (ইংৰাজী: 9 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯০০ – ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভণি।
  • ১৯৭১ – এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘূৰি আহে।
  • ১৯৮৬ – সৌৰ জগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।
  • ১৯৯৬ - ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আৱিষ্কাৰ।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৯৮১ - এম. চি. ছাগ্লা, ভাৰতৰ প্ৰাক্তন মন্ত্ৰী। (জন্ম ১৯০০)
  • ১৯৮৪ - বালাসৰস্বতী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
  • ২০১২ - অ'. পি. দত্ত, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য লিখক। (জন্ন ১৯২২)
  • ২০২২ - অপূৰ্ব বেজবৰুৱা, অসমীয়া কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক।

দিৱস সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক