ৰঙিয়া মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান

ৰঙিয়া মহাবিদ্যালয় (ইংৰাজী: Rangia College) হৈছে অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

ৰঙিয়া মহাবিদ্যালয়
স্থাপিত ৫ আগষ্ট ১৯৬৩
প্ৰশাসনিক কৰ্মচাৰী ৩৩
স্থান ৰঙিয়া, অসম, ভাৰত
26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E / 26.18722; 91.74444স্থানাংক: 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E / 26.18722; 91.74444
চৌহদ নগৰ
ৱেবছাইট www.rangiacollege.org

ইতিহাস সম্পাদনা কৰক

ৰঙিয়া মহাবিদ্যালয়খনক ১৯৬৩ চনৰ ৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল৷

বিভাগ সম্পাদনা কৰক

কলা শাখা সম্পাদনা কৰক

  • আৰবী
  • অসমীয়া
  • বঙালী
  • বড়ো
  • অৰ্থনীতি
  • শিক্ষা
  • ইংৰাজী
  • ইতিহাস
  • দৰ্শন
  • ৰাজনীতি
  • সংস্কৃত

বিজ্ঞান শাখা সম্পাদনা কৰক

  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • ভূগোল
  • গণিত
  • পদাৰ্থ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান

বাণিজ্য শাখা সম্পাদনা কৰক

  • হিচাপবিদ্যা
  • বেংকিং
  • বাণিজ্যিক আইন (Commercial law)
  • অৰ্থনীতি
  • ইংৰাজী (business communication)
  • FMIL (commerce)
  • তথ্য প্ৰযুক্তি ব্যৱস্থাপনা (Information technology Management)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "About Rangia College.". https://rangiacollege.ac.in/। আহৰণ কৰা হৈছে: 29 January 2022. 

বাহ্যিক সংযোগ সম্পাদনা কৰক