ৰাধা

প্ৰেমৰ হিন্দু দেৱী আৰু ভগৱান কৃষ্ণৰ মুখ্য পত্নী

ৰাধা (IAST: Rādhā, হিন্দী: राधा ) হ'ল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেয়সী ,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্ৰকৃতি বুলি অভিহিত কৰা হৈছে। বহ্মবৈৱৰ্ত পুৰাণ আৰু দেৱীভাগৱতৰ মতে ৰাধাৰ সৃষ্টি ভগৱান কৃষ্ণৰ শৰীৰৰ বাওঁভাগৰ পৰা হয় আৰু সেই ৰাধায়েই দ্বাপৰ যুগত বিষভানুৰ পুত্ৰী ৰুপে জন্ম গ্ৰহণ কৰে;ৰাধাৰ পৰাই লক্ষ্মী আৰু সৰস্বতীৰ আৰ্ভিভাব হ'ল। অবশ্যে বহুতো গ্ৰন্থত লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ জন্ম বুলি উল্লেখ আছে।

ৰাধা
Radha
Goddess Radha on the left side of lord Krishna
দেৱনাগৰী राधा
সংস্কৃত লিপ্যন্তৰ Rādhā
সম্পৰ্ক Life energy of Krishna Beloved and the most favorite gopi of Krishna
নিবাস Goloka, Barsana, Vrindavan, Braj Dham
মন্ত্ৰ Om Radhikaya Jivenam Namah, Radhavallabh Shri Harivansha Shri Vrindavan Shri Van Chandra, Radhe-Radhe
প্ৰতীক Lotus, Tulsi leaf
বাহন Peacock, Lotus
হিন্দু পাঠ্য Brahmavaivarta Purāṇa, Radhikopanishad, Devi Bhagvat, Radharas sudhanidhi, Skanda Purāṇa


কৃষ্ণ আৰু ৰাধাৰ ৰাসলীলা

অন্য নাম সম্পাদনা কৰক

  • ৰাধিকা
  • ৰাধাৰাণী
  • ৰাধে

নামৰ অৰ্থ সম্পাদনা কৰক

সংস্কৃত শব্দ ৰাধাৰ (সংস্কৃত:राधा) অৰ্থ হ'ল “ভাগ্যবান, সফল”। [1]

  1. Leza Lowitz, Reema Datta (2009) "Sacred Sanskrit Words", p.156