ৱিকিপিডিয়া:অংক পৰিবৰ্তক

অংক পৰিবৰ্তক হৈছে জাভা স্ক্ৰীপ্টৰ আধাৰত নিৰ্মিত এক গেজেট। অসমীয়া ৱিকিপিডিয়াত এই উপকৰণ ব্যৱহাৰ কৰি ইংৰাজী সংখ্যাৰ অংকসমুহ অসমীয়ালৈ পৰিবৰ্তন কৰিব পাৰি। এই উপকৰণ সক্ৰিয় কৰিলে সদস্যসকলৰ পৃষ্ঠাৰ ওপৰৰ ফালে সদস্য-পৃষ্ঠালৈ থকা সংযোগৰ আগত অংক পৰিবৰ্তনৰ মেনুখন দেখা যায়। প্ৰৱেশ নকৰিলে এই মেনু একাউণ্ট সৃষ্টিৰ সংযোগৰ আগত দেখা যায়।

কাৰ্যক্ষেত্ৰ সম্পাদনা কৰক

এই গেজেট কেৱল প্ৰদৰ্শিত হোৱা সংখ্যাতহে কাম কৰে, ইনপুটত নহয়।

স্থায়ী অংক সম্পাদনা কৰক

ৱিকিপিডিয়াৰ কিছুমান স্থানত কিছুমান নিৰ্দিষ্ট অংক প্ৰদৰ্শিত হোৱা বাঞ্চনীয়। তেনে ক্ষেত্ৰত সেই সংখ্যাবোৰত {{Fixdigit}} সাঁচটো ব্যৱহাৰ কৰিব লাগে।

লগতে চাওক সম্পাদনা কৰক