বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ।

জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে। তাৰ পাছত, ২ এপ্ৰিল ২০১২ত ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হ'ল, বিষয় -- "সুখ আৰু ভালে-থকা: এক নতুন অৰ্থনৈতিক দৃষ্টান্তৰ সংজ্ঞায়িত কৰা"। নেতৃত্বত আছিল ভূতানৰ প্ৰধান মন্ত্ৰী জিগ্মে' থিন্লেই। সেই সময়লৈকে ভূতানেই আছিল প্ৰথম আৰু একমাত্ৰ দেশ যিয়ে মুঠ ঘৰুৱা উৎপাদনৰ ঠাইত মুঠ ৰাষ্ট্ৰীয় সুখৰ জোখেৰেহে বিকাশৰ সূচনা প্ৰকাশ কৰিছিল।[1]

প্ৰথম বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল ২ এপ্ৰিল ২০১২ত।  এই প্ৰতিবেদনক বৈঠকৰ মৌলিক লেখ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ই বিশ্বৰ প্ৰথম বৈশ্বিক সুখ সমীক্ষা হিচাপে আন্তঃৰাষ্ট্ৰীয় চৰ্চালৈ আহিল।[2] প্ৰতিবেদনত বিশ্ব সুখৰ ৰূপ, সুখ আৰু দুখৰ কাৰণসমূহ, নীতিৰ প্ৰভাৱ আদিৰ বিষয়ে তথ্য দাঙি ধৰা হৈছিল। চেপ্টেম্বৰ ২০১৩ত দ্বিতীয় বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল। লগতে এই প্ৰতিবেদন প্ৰতি বছৰে প্ৰকাশ কৰাৰ প্ৰস্তাৱো আগবঢ়োৱা হ'ল। তাৰ পাছৰ পৰা এই  প্ৰতিবেদন বছৰি প্ৰকাশ কৰা হয়।[3] গেলাপ প'লৰ তথ্যও ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনখন প্ৰতি বছৰে ৰাজহুৱাকৈ বিশ্ব সুখ প্ৰতিবেদনৰ ৱেবছাইটত প্ৰকাশ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় স্থান সম্পাদনা কৰক

২০১৬[4] সম্পাদনা কৰক

চিহ্নাদি:

  জনমুৰি মুঠ ঘৰুৱা উৎপাদনেৰে জনা যায়
  সমাজিক সমৰ্থনেৰে জনা যায়
  প্ৰত্যাশিত স্বাস্থ্যৱান জীৱনেৰে জনা যায়
  জীৱনৰ নিৰ্ণয়সমূহ কৰাৰ স্বাধীনতাৰে জনা যায়
  দানশীলতাৰে জনা যায়
  চৰকাৰ বা ব্যৱসায়ত
ৰাজহুৱাকৈ বুজাৰ দৰে বুজোৱা, দুৰ্নীতিৰ অভাৱ বা বিশ্বাস[5]
স্থান
[6][7]
দেশ সাফল্যাংক আগৰ বছৰতকৈ সলনি জনমুৰি মুঠ ঘৰুৱা উৎপাদন সামাজিক সমৰ্থন স্বাস্থ্য জীৱন প্ৰত্যাশা জীৱন নিৰ্ণয় চয়ন কৰাৰ স্বাধীনতা দয়াশীলতা বিশ্বাস
1   ডেনমাৰ্ক 7.526   -0.401
2   ছুইজাৰলেণ্ড 7.509   0.035
3   আইচলেণ্ড 7.501   0.000
4   নৰৱে 7.498   0.082
5   ফিনলেণ্ড 7.413   -0.259
6   কানাডা 7.404   -0.041
7   নেডাৰলেণ্ডচ 7.339   -0.119
8   নিউজিলেণ্ড 7.334   -0.097
9   অষ্ট্ৰেলিয়া 7.313   0.002
10   ছুইডেন 7.291   -0.017
11   ইজৰাইল 7.267   0.258
12   অষ্ট্ৰিয়া 7.119   -0.003
13   আমেৰিকা যুক্তৰাষ্ট্ৰ 7.104   -0.261
14   কষ্টা ৰিকা 7.087   -0.171
15   পুৱেৰ্ট’ ৰিক’ 7.039   0.446
16   জাৰ্মানী 6.994   0.486
17   ব্ৰাজিল 6.952   0.474
18   বেলজিয়াম 6.929   -0.311
19   আয়াৰলেণ্ড 6.907   -0.238
20   লাক্সেমবাৰ্গ 6.871   0.000
21   মেক্সিকো 6.778   0.225
22   ছিংগাপুৰ 6.739   0.099
23   যুক্তৰাজ্য 6.725   -0.161
24   চিলি 6.705   0.826
25   পানামা 6.701   0.191
26   আৰ্জেণ্টিনা 6.650   0.457
27   চেক গণৰাজ্য 6.596   0.126
28   সংযুক্ত আৰৱ আমিৰাত 6.573   -0.161
29   উৰুগুৱে 6.545   0.804
30   মালটা 6.488   0.000
31   কলম্বিয়া 6.481   0.399
32   ফ্ৰান্স 6.478   -0.336
33   থাইলেণ্ড 6.474   0.631
34   চৌদি আৰৱ 6.379   -0.794
35   টাইৱান 6.379   0.190
36   কাটাৰ 6.375   0.000
37   স্পেইন 6.361   -0.711
38   আলজেৰিয়া 6.355   0.000
39   গুৱেটমালা 6.324   0.211
40   ছুৰিনাম 6.269   0.000
41   কুৱেইট 6.239   0.164
42   বাহৰেইন 6.218   0.000
43   ট্ৰিনিদাদ আৰু ট'বেগ'‎ 6.168   0.336
44   ভেনিজুৱেলা 6.084   -0.762
45   শ্ল'ভাকিয়া 6.078   0.814
46   এল চালভাড’ৰ 6.068   0.572
47   মালয়েছিয়া 6.005   -0.132
48   নিকাৰাগুৱা 5.992   1.285
49   উজবেকিস্তান 5.987   0.755
50   ইটালী 5.977   -0.735
51   ইকুৱেডৰ 5.976   0.966
52   বেলাইজ 5.956   -0.495
53   জাপান 5.921   -0.446
54   কাজাখাস্তান 5.919   0.322
55   মলডভা 5.897   0.959
56   ৰাছিয়া 5.856   0.738
57   পোলেণ্ড 5.835   0.098
58   দক্ষিণ কোৰিয়া 5.835   0.295
59   বলিভিয়া 5.822   0.322
60   লিথুৱানিয়া 5.813   -0.069
61   বেলাৰুছ 5.802   0.165
62 সাঁচ:TRNC 5.771   0.000
63   শ্ল’ভেনিয়া 5.768   -0.044
64   পেৰু 5.743   0.730
65   তুৰ্কমেনিস্তান 5.658   0.000
66   মৰিছাছ 5.648   0.000
67   লিবিয়া 5.615   0.000
68   লাটভিয়া 5.560   0.872
69   চাইপ্ৰাছ 5.546   -0.692
70   পাৰাগুৱে 5.538   0.536
71   ৰোমানিয়া 5.528   0.310
72   এষ্ট’নিয়া 5.517   0.165
73   জামাইকা 5.510   -0.698
74   ক্ৰয়েছিয়া 5.488   -0.333
75   হংকং 5.458   -0.053
76   ছোমালিয়া 5.440   0.000
77   Kosovo 5.401   0.298
78   তুৰস্ক 5.389   0.216
79   ইণ্ডোনেছিয়া 5.314   0.295
80   জৰ্ডান 5.303   -0.638
81   আজেৰবাইজান 5.291   0.642
82   ফিলিপাইন 5.279   0.425
83   চীন 5.245   0.525
84   ভূটান 5.196   0.000
85 [[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান 5.185   0.515
86   ছাৰ্বিয়া 5.177   0.426
87   বচনিয়া আৰু হাৰজেগ’ভিনা 5.163   0.263
88   মণ্টেনেগ্ৰ 5.161   -0.035
89   ডমিনিকান গণৰাজ্য 5.155   0.070
90   মৰক্কো 5.151   0.000
91   হাংগেৰী 5.145   0.070
92   পাকিস্তান 5.132   -0.374
93   লেবানন 5.129   0.059
94   পৰ্তুগাল 5.123   -0.282
95   মেছেদনীয়া 5.121   0.627
96   ভিয়েটনাম 5.061   -0.299
97   Somaliland region 5.057   0.000
98   তুনিছিয়া 5.045   0.000
99   গ্ৰীচ 5.033   -1.294
100   তাজিকিস্তান 4.996   0.474
101   মংগোলিয়া 4.907   0.298
102   লাউচ 4.876   -0.344
103   নাইজেৰিয়া 4.875   0.075
104   হন্দুৰাছ 4.871   -0.375
105   ইৰান 4.813   -0.507
106   জাম্বিয়া 4.795   0.381
107   নেপাল 4.793   0.135
108   Palestinian Territories 4.754   0.321
109   আলবেনিয়া 4.655   0.021
110   বাংলাদেশ 4.643   0.170
111   ছিয়েৰা লিয়ন 4.635   1.028
112   ইৰাক 4.575   0.000
113   নামিবিয়া 4.574   -0.312
114   কেমেৰুন 4.513   0.413
115   ইথিঅ'পিয়া 4.508   0.000
116   দক্ষিণ আফ্ৰিকা 4.459   -0.686
117   শ্ৰীলংকা 4.415   0.037
118   ভাৰত 4.404   -0.750
119   বাৰ্মা 4.395   0.000
120   ইজিপ্ত 4.362   -0.996
121   আৰ্মেনিয়া 4.360   -0.226
122   কেনিয়া 4.356   -0.044
123   ইউক্ৰেইন 4.324   -0.701
124   ঘানা 4.276   -0.600
125   কংগো গণৰাজ্য 4.272   0.000
126   জৰ্জিয়া 4.252   0.561
127   কংগো গণৰাজ্য 4.236   0.000
128   ছেনেগাল 4.219   -0.328
129   বুলগেৰিয়া 4.217   0.373
130   মৌৰিতানিয়া 4.201   0.052
131   জিম্বাৱৱে 4.193   0.639
132   মালাৱী 4.156   -0.205
133   ছুদান 4.139   0.000
134   গেবন 4.121   0.000
135   মালি 4.073   0.059
136   হাইটি 4.028   0.274
137   বৎচোৱানা 3.974   -0.765
138   কম'ৰছ 3.956   0.000
139   আইভৰি ক’ষ্ট 3.916   0.000
140   কম্বোডিয়া 3.907   0.045
141   আংগলা 3.866   0.000
142   নাইজাৰ 3.856   -0.144
143   দক্ষিণ ছুডান 3.832   0.000
144   চাদ 3.763   -0.025
145   বাৰ্কিনা ফাছো 3.739   -0.170
146   উগাণ্ডা 3.739   -0.356
147   য়েমেন 3.724   -0.754
148   মাদাগাস্কাৰ 3.695   -0.285
149   তাঞ্জানিয়া 3.666   -0.460
150   লাইবেৰিয়া 3.622   -0.080
151   গুইনিয়া 3.607   0.000
152   ৰুৱাণ্ডা 3.515   -0.700
153   বেনিন 3.484   0.154
154   আফগানিস্তান 3.360   0.000
155   তগ’ 3.303   0.100
156   ছিৰিয়া 3.069   0.000
157   বুৰুণ্ডী 2.905   0.000

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "GNH Survey 2010". The Centre for Bhutan Studies. http://www.grossnationalhappiness.com/docs/2010_Results/PDF/National.pdf। আহৰণ কৰা হৈছে: 17 October 2013. 
  2. Helliwell, John; Layard, Richard; Sachs, Jeffrey (April 2, 2012). World Happiness Report. Columbia University Earth Institute. http://www.earth.columbia.edu/sitefiles/file/Sachs%20Writing/2012/World%20Happiness%20Report.pdf। আহৰণ কৰা হৈছে: 2014-06-29. 
  3. Kyu Lee (2013-09-09). "Sustainable Development Solutions Network | World Happiness Report 2013". unsdsn.org. http://unsdsn.org/resources/publications/world-happiness-report-2013/। আহৰণ কৰা হৈছে: 2014-04-25. 
  4. "World Happiness Report 2016 Update". UN Sustainable Development Solutions Network; Earth Institute (University of Columbia). পৃষ্ঠাসমূহ: 20-21-22. http://worldhappiness.report/ed/2016। আহৰণ কৰা হৈছে: 20 Mar 2016. 
  5. "World Happiness Report 2016 Update" (PDF). p. 4, para. 1. Archived from the original on 19 February 2018. https://web.archive.org/web/20180219140526/http://worldhappiness.report/wp-content/uploads/sites/2/2016/03/HR-V1_web.pdf। আহৰণ কৰা হৈছে: 20 Mar 2016. 
  6. "2016 Update Report download" (PDF). Archived from the original on 19 February 2018. https://web.archive.org/web/20180219140526/http://worldhappiness.report/wp-content/uploads/sites/2/2016/03/HR-V1_web.pdf। আহৰণ কৰা হৈছে: 20 Mar 2016. 
  7. "2016 Table download" (XLS). Figure2.2. Archived from the original on 23 March 2016. https://web.archive.org/web/20160323162211/http://worldhappiness.report/wp-content/uploads/sites/2/2016/03/Online-data-for-chapter-2-whr-2016.xlsx। আহৰণ কৰা হৈছে: 20 Mar 2016.