বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা

বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (ইংৰাজী: WHO Model List of Essential Medicines) হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত এখন তালিকা য'ত স্বাস্থ্য ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আটাইতকৈ ফলপ্ৰসূ আৰু নিৰাপদ বুলি বিবেচিত ঔষধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।[1] দেশসমূহে নিজৰ স্থানীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকা প্ৰস্তুত কৰিবলৈ সহায়ক হিচাপে সঘনাই এই তালিকাখন ব্যৱহাৰ কৰে।[1] ২০১৬ চনলৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ আদৰ্শ তালিকাৰ ভিত্তিত ১৫৫ খনতকৈও অধিক দেশে অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা প্ৰস্তুত কৰিছে।[2] ইয়াৰ ভিতৰত উন্নত দেশসমূহৰ লগতে উন্নয়নশীল দেশসমূহো অন্তৰ্ভুক্ত।[1][3]

তালিকাখন মূল বস্তু আৰু পৰিপূৰক বস্তুত ভাগ কৰা হৈছে।[4] মূল বস্তুসমূহক অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাসমূহৰ বাবে আটাইতকৈ কম খৰচী বিকল্প হিচাপে গণ্য কৰা হয় আৰু কম অতিৰিক্ত স্বাস্থ্যসেৱাৰ সম্পদৰ সৈতে ব্যৱহাৰযোগ্য।[4] পৰিপূৰক বস্তুসমূহৰ বাবে হয় অতিৰিক্ত আন্তঃগাঁথনি, যেনে বিশেষভাৱে প্ৰশিক্ষিত স্বাস্থ্যসেৱা প্ৰদানকাৰী বা ৰোগ নিৰ্ণায়ক সঁজুলিৰ প্ৰয়োজন হয় বা কম খৰচ–লাভৰ অনুপাত থাকে।[4] প্ৰায় ২৫% বস্তু পৰিপূৰক তালিকাখনত আছে।[5] কিছুমান ঔষধক মূল আৰু পৰিপূৰক দুয়োটা শ্ৰেণীতে তালিকাভুক্ত কৰা হৈছে।[6] তালিকাত থকা বেছিভাগ ঔষধেই জেনেৰিক সামগ্ৰী হিচাপে উপলব্ধ যদিও পেটেণ্টৰ অধীনত থকাৰ বাবে অন্তৰ্ভুক্ত হোৱাত বাধা নাই।[7]

১৯৭৭ চনত প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছিল আৰু ইয়াত ২০৮ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছিল।[8][1][9] বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি দুবছৰৰ মূৰে মূৰে এই তালিকাখন আপডেট কৰে।[10] ২০০৫ চনত প্ৰকাশিত ১৪ সংখ্যক তালিকাখনত ৩০৬ বিধ ঔষধ আছিল।[11] ২০১৫ চনত এই তালিকাৰ ১৯ সংখ্যক সংস্কৰণ প্ৰকাশ কৰা হয় আৰু ইয়াত প্ৰায় ৪১০ বিধ ঔষধ আছিল।[10] ২০১৭ চনত প্ৰকাশিত ২০ সংখ্যক সংস্কৰণত ঔষধৰ সংখ্যা হয়গৈ ৪৩৩ বিধ।[12][13] ২০১৯ চনত প্ৰকাশ পোৱা ২১ সংখ্যক তালিকাখনত ৪৬০ বিধ ঔষধ আছিল।[14][15][16] ২০২১ চনত প্ৰকাশ পোৱা ২২ সংখ্যক তালিকাখনত ঔষধৰ সংখ্যা হয়গৈ ৪৭৯ বিধ।[17][18] বিভিন্ন ৰাষ্ট্ৰীয় তালিকাত ৩৩৪ৰ পৰা ৫৮০ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে।[5]

২০০৭ চনত ১২ বছৰ বয়সলৈকে শিশুৰ বাবে এখন সুকীয়া তালিকা প্ৰস্তুত কৰা হৈছিল। এই তালিকাখন বিশ্ব স্বাস্থ্য সংস্থা প্ৰণীত শিশুৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ আদৰ্শ তালিকা (ইংৰাজী: WHO Model List of Essential Medicines for Children, সংক্ষেপে EMLc) নামেৰে জনাজাত। বৰ্তমান এই তালিকাখনৰ অষ্টম সংস্কৰণ প্ৰচলিত।[10][19][20] শিশুৰ প্ৰয়োজনসমূহ পদ্ধতিগতভাৱে বিবেচনা কৰাটো নিশ্চিত কৰিবলৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল।[21][22] শিশুৰ তালিকাৰ সকলো বস্তু মূল তালিকাখনতো অন্তৰ্ভুক্ত কৰা হৈছে।[23] তালিকাখন আৰু টোকাসমূহ মূল তালিকাখনৰ ১৯ সংখ্যক সংস্কৰণৰ পৰা ২২ সংখ্যক সংস্কৰণৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।[4][12][14][17] এটা α (আলফা) য়ে ইংগিত দিয়ে যে এটা ঔষধ পৰিপূৰক তালিকাত আছে।[4][14][17]

সংজ্ঞালোপক, অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে ব্যৱহৃত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় গেছ সম্পাদনা কৰক

সাধাৰণ সংজ্ঞালোপক আৰু অক্সিজেন সম্পাদনা কৰক

উশাহৰ লগত জড়িত ঔষধ সম্পাদনা কৰক

বেজীৰে দিব পৰা ঔষধ সম্পাদনা কৰক

স্থানীয় সংজ্ঞালোপক সম্পাদনা কৰক

অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে ব্যৱহৃত ঔষধ আৰু হ্ৰস্বম্যাদী পদ্ধতিৰ বাবে ব্যৱহৃত প্ৰশমক সম্পাদনা কৰক

চিকিৎসা সম্বন্ধীয় গেছ সম্পাদনা কৰক

বিষ আৰু প্ৰশমনমূলক যত্নৰ বাবে ঔষধ সম্পাদনা কৰক

নন-অপিঅ'ইড আৰু নন-ষ্টেৰ'ইডেল প্ৰতি-প্ৰদাহজনক ঔষধ (NSAIM) সম্পাদনা কৰক

 
এছপিৰিনৰ ৰাসায়নিক গঠনৰ এক কংকাল আৰ্হি

অপিঅ'ইড বেদনানাশক সম্পাদনা কৰক

অন্যান্য সাধাৰণ লক্ষণৰ বাবে প্ৰশমনমূলক যত্নত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

এণ্টিএলাৰ্জিক আৰু এনাফিলাক্সিছত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

বিষক্ৰিয়াত ব্যৱহৃত প্ৰতিষেধক আৰু অন্যান্য পদাৰ্থ সম্পাদনা কৰক

অনিৰ্দিষ্ট সম্পাদনা কৰক

নিৰ্দিষ্ট সম্পাদনা কৰক

এণ্টিকনভালছেণ্ট/এণ্টিএপিলেপ্টিক সম্পাদনা কৰক

প্ৰতি-সংক্ৰমণাত্মক ঔষধ সম্পাদনা কৰক

এণ্ঠেলমিণ্টিক সম্পাদনা কৰক

অন্ত্ৰীয় এণ্ঠেলমিণ্টিক সম্পাদনা কৰক

 
এলবেনডাজ'লৰ ৰাসায়নিক গঠনৰ এটা কংকাল আৰ্হি

এণ্টিফিলাৰিয়েল সম্পাদনা কৰক

এণ্টিচিষ্ট'ছ'মেল আৰু অন্যান্য এণ্টিনিমাট'ড ঔষধ সম্পাদনা কৰক

চিষ্টিচাইডেল ঔষধ সম্পাদনা কৰক

এণ্টিবেক্টেৰিয়েল সম্পাদনা কৰক

এক্সেছ গ্ৰুপ এণ্টিবায়'টিক সম্পাদনা কৰক

ৱাট্‌ছ গ্ৰুপ এণ্টিবায়'টিক সম্পাদনা কৰক

ৰিজাৰ্ভ গ্ৰুপ এণ্টিবায়'টিক সম্পাদনা কৰক

ৰিজাৰ্ভ এণ্টিবায়'টিকখিনিয়েই হৈছে সৰ্বশেষ এণ্টিবায়'টিক।

কুষ্ঠৰোগ প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

যক্ষ্মা প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

 
ইথামবিউটলৰ বিশুদ্ধ স্ফটিক

এণ্টিফাংগেল ঔষধ সম্পাদনা কৰক

এণ্টিভাইৰেল ঔষধ সম্পাদনা কৰক

এণ্টিহাৰ্পিছ ঔষধ সম্পাদনা কৰক

এণ্টিৰেট্ৰ'ভাইৰেল সম্পাদনা কৰক

নিউক্লিঅ'ছাইড/নিউক্লিঅ'টাইড ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ ইনহিবিটৰ সম্পাদনা কৰক
নন-নিউক্লিঅ'ছাইড ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ ইনহিবিটৰ সম্পাদনা কৰক
প্ৰ'টিয়েজ ইনহিবিটৰ সম্পাদনা কৰক
 
এটাজানাভিৰৰ দুটা কেপচুল
ইণ্টিগ্ৰেজ ইনহিবিটৰ সম্পাদনা কৰক
এণ্টিৰেট্ৰ'ভাইৰেল ঔষধৰ ফিক্সড্-ড'জ কম্বিনেশ্যন সম্পাদনা কৰক
এইচ আই ভি সম্পৰ্কীয় সুবিধাবাদী সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঔষধ সম্পাদনা কৰক
অন্যান্য এণ্টিভাইৰেল ঔষধ সম্পাদনা কৰক

হেপাটাইটিছ প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

হেপাটাইটিছ বিৰ বাবে ঔষধ সম্পাদনা কৰক
নিউক্লিঅ'ছাইড/নিউক্লিঅ'টাইড ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ ইনহিবিটৰ সম্পাদনা কৰক
হেপাটাইটিছ চিৰ বাবে ঔষধ সম্পাদনা কৰক
পানজেন'টাইপিক ডাইৰেক্ট-এক্টিং এণ্টিভাইৰেল কম্বিনেশ্যন সম্পাদনা কৰক
নন-পানজেন'টাইপিক ডাইৰেক্ট-এক্টিং এণ্টিভাইৰেল কম্বিনেশ্যন সম্পাদনা কৰক
হেপাটাইটিছ চিৰ বাবে অন্যান্য এণ্টিভাইৰেল সম্পাদনা কৰক

এণ্টিপ্ৰট'য'ৱা ঔষধ সম্পাদনা কৰক

এণ্টিএমিবিক আৰু এণ্টিগিয়াৰ্ডিয়াছিছ ঔষধ সম্পাদনা কৰক

এণ্টিলেছমেনিয়াছিছ ঔষধ সম্পাদনা কৰক

মেলেৰিয়া প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

নিৰাময়মূলক চিকিৎসাৰ বাবে সম্পাদনা কৰক
কেম'প্ৰিভেনশ্যনৰ বাবে সম্পাদনা কৰক

এণ্টিনিউম'চিষ্ট'ছিছ আৰু এণ্টিট'ক্স'প্লাছম'ছিছ ঔষধ সম্পাদনা কৰক

এণ্টিট্ৰাইপান'ছ'মেল ঔষধ সম্পাদনা কৰক

আফ্ৰিকান ট‌্ৰাইপান'ছ'মিয়াছিছ সম্পাদনা কৰক
প্ৰথম স্তৰৰ আফ্ৰিকান ট‌্ৰাইপান'ছ'মিয়াছিছৰ চিকিৎসাৰ বাবে ঔষধ সম্পাদনা কৰক
দ্বিতীয় স্তৰৰ আফ্ৰিকান ট‌্ৰাইপান'ছ'মিয়াছিছৰ চিকিৎসাৰ বাবে ঔষধ সম্পাদনা কৰক
আমেৰিকান ট্ৰাইপান'ছ'মিয়াছিছ সম্পাদনা কৰক

এক্টোপাৰাছিটিক সংক্ৰমণৰ বাবে ঔষধ সম্পাদনা কৰক

মাইগ্ৰেইণ প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

তীব্ৰ আক্ৰমণৰ চিকিৎসাৰ বাবে সম্পাদনা কৰক

প্ৰ'ফিলাক্সিছৰ বাবে সম্পাদনা কৰক

ইমিউন'মডিউলেটৰ আৰু এণ্টিনিঅ'প্লাষ্টিক সম্পাদনা কৰক

অ-মাৰাত্মক ৰোগৰ বাবে ইমিউন'মডিউলেটৰ সম্পাদনা কৰক

এণ্টিনিঅ'প্লাষ্টিক আৰু সহায়ক ঔষধ সম্পাদনা কৰক

চাইট'টক্সিক ঔষধ সম্পাদনা কৰক

টাৰ্গেটেড থেৰাপি সম্পাদনা কৰক

ইমিউন'মডিউলেটৰ সম্পাদনা কৰক

হ'ৰমন আৰু প্ৰতিহ'ৰমন সম্পাদনা কৰক

সহায়ক ঔষধ সম্পাদনা কৰক

এণ্টিপাৰকিনছনিজ্‌ম ঔষধ সম্পাদনা কৰক

তেজত প্ৰভাৱ পেলোৱা ঔষধ সম্পাদনা কৰক

এনিমিয়া প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

তেজ গোট মৰাত প্ৰভাৱ পেলোৱা ঔষধ সম্পাদনা কৰক

হেম'গ্ল'বিন'পেথিৰ বাবে অন্যান্য ঔষধ সম্পাদনা কৰক

মানৱ দেহৰ তেজৰ দ্ৰব্য আৰু প্লাজমাৰ বিকল্প সম্পাদনা কৰক

তেজ আৰু তেজৰ উপাদান সম্পাদনা কৰক

 
এক ইউনিট সতেজ শীতল প্লাজমা থকা এটা বেগ

প্লাজমাৰ পৰা আহৰণ কৰা ঔষধ সম্পাদনা কৰক

হিউমেন ইমিউন'গ্ল'বুলিন সম্পাদনা কৰক

তেজ গোট মৰা কাৰক সম্পাদনা কৰক

প্লাজমাৰ বিকল্প সম্পাদনা কৰক

কাৰ্ডিঅ'ভাস্কুলাৰ ঔষধ সম্পাদনা কৰক

এণ্টিএঞ্জিনেল ঔষধ সম্পাদনা কৰক

এণ্টিএৰিথমিক ঔষধ সম্পাদনা কৰক

এণ্টিহাইপাৰটেনছিভ ঔষধ সম্পাদনা কৰক

হৃদযন্ত্ৰ বিকল হ'লে ব্যৱহাৰ কৰা ঔষধ সম্পাদনা কৰক

এণ্টিথ্ৰম্ব'টিক ঔষধ সম্পাদনা কৰক

প্ৰতি-অনুচক্ৰিকা ঔষধ সম্পাদনা কৰক

থ্ৰম্ব'লাইটিক ঔষধ সম্পাদনা কৰক

লিপিড-হ্ৰাসকাৰী কাৰক সম্পাদনা কৰক

ছালৰ ঔষধ (ট'পিকেল মেডিকেশ্যন) সম্পাদনা কৰক

ভেঁকুৰ প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

সংক্ৰমণ প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

প্ৰতি-প্ৰদাহজনক আৰু এণ্টিপ্ৰুৰিটিক ঔষধ সম্পাদনা কৰক

স্কিন ডিফাৰেনচিয়েশ্যন আৰু প্ৰলিফেৰেশ্যনত প্ৰভাৱ পেলোৱা ঔষধ সম্পাদনা কৰক

স্কেবিচাইড আৰু পেডিকুলিচাইড সম্পাদনা কৰক

ৰোগ নিৰ্ণয়কাৰী কাৰক সম্পাদনা কৰক

চকু-সম্বন্ধীয় ঔষধ সম্পাদনা কৰক

ৰেডিঅ'কন্‌ট্ৰাষ্ট মিডিয়া সম্পাদনা কৰক

বীজাণু প্ৰতিৰোধী আৰু বীজাণুনাশক সম্পাদনা কৰক

বীজাণু প্ৰতিৰোধী সম্পাদনা কৰক

বীজাণুনাশক সম্পাদনা কৰক

ডাইইউৰেটিক্স সম্পাদনা কৰক

গেষ্ট্ৰ'ইণ্টেষ্টাইনেল ঔষধ সম্পাদনা কৰক

আলচাৰ প্ৰতিৰোধী ঔষধ সম্পাদনা কৰক

এণ্টিএমেটিক ঔষধ সম্পাদনা কৰক

প্ৰতি-প্ৰদাহজনিত ঔষধ সম্পাদনা কৰক

ৰেচক বা ভেদকাৰী ঔষধ সম্পাদনা কৰক

হাগনিত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

অ'ৰেল ৰিহাইড্ৰেশ্যন সম্পাদনা কৰক

হাগনিৰ ঔষধ সম্পাদনা কৰক

অন্তঃস্ৰাৱী বিকাৰৰ ঔষধ সম্পাদনা কৰক

এড্ৰিনেল হৰম'ন আৰু কৃত্ৰিম বিকল্প সম্পাদনা কৰক

এণ্ড্ৰ'জেন সম্পাদনা কৰক

ইষ্ট্ৰ'জেন সম্পাদনা কৰক

এই শাখাত কোনো তালিকা নাই।

প্ৰ'জেষ্টেৰণ সম্পাদনা কৰক

মধুমেহৰ ঔষধ সম্পাদনা কৰক

ইনছুলিন সম্পাদনা কৰক

অ'ৰেল হাইপ'গ্লাইকেমিক এজেণ্ট সম্পাদনা কৰক

হাইপ'গ্লাইকেমিয়াৰ ঔষধ সম্পাদনা কৰক

থাইৰয়ড হৰম'ন আৰু এণ্টিথাইৰয়ড ঔষধ সম্পাদনা কৰক

ৰোগ প্ৰতিৰোধ সংক্ৰান্তীয় ঔষধ সম্পাদনা কৰক

ৰোগ নিৰ্ণয়কাৰী কাৰক সম্পাদনা কৰক

ছেৰা, ইমিউন'গ্ল'বুলিন আৰু মন'ক্ল'নেল এণ্টিবডি সম্পাদনা কৰক

টীকাসমূহ সম্পাদনা কৰক

 
মুখত দিয়া কলেৰাৰ টীকাৰ এটা সৰু বটল

সকলোৰে বাবে বাঞ্ছনীয়

কিছুমান অঞ্চলৰ বাবে বাঞ্ছনীয়

কিছুমান উচ্চ বিপদজনক জনসংখ্যাৰ বাবে বাঞ্ছনীয়

বিশেষ বৈশিষ্ট্য বিশিষ্ট প্ৰতিষেধক কাৰ্যসূচীৰ বাবে বাঞ্ছনীয়

পেশী শিথিলকাৰী (আনুষঙ্গিকভাৱে কাম কৰা) আৰু কলিনষ্টেৰেজ প্ৰতিৰোধক সম্পাদনা কৰক

চকু চিকিৎসাৰ প্ৰস্তুতি সম্পাদনা কৰক

সংক্ৰমণ প্ৰতিৰোধী কাৰক সম্পাদনা কৰক

প্ৰতি-প্ৰদাহজনক কাৰক সম্পাদনা কৰক

স্থানীয় এনাস্থেটিক সম্পাদনা কৰক

মায়'টিক আৰু এণ্টিগ্লুক’মা ঔষধ সম্পাদনা কৰক

মাইড্ৰিয়াটিক সম্পাদনা কৰক

এণ্টি-ভাস্কুলাৰ এণ্ড'থেলিয়েল গ্ৰ'থ ফেক্টৰ (VEGF) সম্পাদনা কৰক

প্ৰজনন স্বাস্থ্য আৰু প্ৰসৱকালীন যত্নৰ বাবে ঔষধ সম্পাদনা কৰক

গৰ্ভনিৰোধক ঔষধ সম্পাদনা কৰক

মুখেৰে গ্ৰহণ কৰা হৰম'নযুক্ত গৰ্ভনিৰোধক সম্পাদনা কৰক

বেজীৰে গ্ৰহণ কৰা হৰম'নযুক্ত গৰ্ভনিৰোধক সম্পাদনা কৰক

ইণ্ট্ৰাইউটেৰাইন সঁজুলি (IUD) সম্পাদনা কৰক

প্ৰতিবন্ধক পদ্ধতি সম্পাদনা কৰক

ৰোপণ কৰিব পৰা গৰ্ভনিৰোধক সম্পাদনা কৰক

ইণ্ট্ৰাভেজিনেল গৰ্ভনিৰোধক সম্পাদনা কৰক

ডিম্বাণু নিঃসৰণ প্ৰৰোচক সম্পাদনা কৰক

ইউটেৰ'টনিক সম্পাদনা কৰক

এণ্টিঅক্সিট'চিক (টক'লাইটিক) সম্পাদনা কৰক

মাতৃক প্ৰদান কৰা ঔষধ সম্পাদনা কৰক

নৱজাতকক প্ৰদান কৰা ঔষধ সম্পাদনা কৰক

পেৰিট'নিয়েল ডায়ালাইছিছ দ্ৰৱ সম্পাদনা কৰক

মানসিক আৰু আচৰণগত বিকাৰৰ ঔষধ সম্পাদনা কৰক

জটিল মানসিক বিকাৰত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

মেজাজৰ বিকাৰত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

হতাশাজনক ৰোগত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

বাইপ'লাৰ ডিছঅৰ্ডাৰত ব্যৱহৃত ঔষধ সম্পাদনা কৰক

উদ্বেগজনক বিকাৰৰ ঔষধ সম্পাদনা কৰক

অত্যধিক মানসিক তাড়নাগ্ৰস্ত বিকাৰৰ বাবে ব্যৱহৃত ঔষধ সম্পাদনা কৰক

মনোসক্ৰিয় পদাৰ্থ ব্যৱহাৰৰ ফলত হোৱা বিকাৰৰ ঔষধ সম্পাদনা কৰক

শ্বাস-প্ৰশ্বাসৰ নলীত ক্ৰিয়া কৰা ঔষধ সম্পাদনা কৰক

এণ্টিএছমেটিক আৰু দীৰ্ঘদিনীয়া অব্‌ছট্ৰাক্টিভ পালম'নাৰি ৰোগৰ ঔষধ সম্পাদনা কৰক

পানী, ইলেক্ট্ৰ'লাইট আৰু এচিড-ক্ষাৰৰ অস্থিৰতা সংশোধন কৰা দ্ৰৱ সম্পাদনা কৰক

মৌখিক সম্পাদনা কৰক

পেৰেণ্টেৰেল সম্পাদনা কৰক

বিবিধ সম্পাদনা কৰক

ভিটামিন আৰু খনিজ পদাৰ্থ সম্পাদনা কৰক

কাণ, নাক আৰু ডিঙিৰ ঔষধ সম্পাদনা কৰক

গাঁঠিৰ ৰোগৰ ঔষধ সম্পাদনা কৰক

ৰসবাত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ সম্পাদনা কৰক

বাতবিকাৰত ব্যৱহৃত ৰোগ-পৰিৱৰ্তনকাৰী দ্ৰব্য (DMARD) সম্পাদনা কৰক

কৈশোৰ গাঁঠিৰ ৰোগ সম্পাদনা কৰক

দন্ত চিকিৎসাৰ প্ৰস্তুতি সম্পাদনা কৰক

টোকা সম্পাদনা কৰক

এটা α য়ে ঔষধটো পৰিপূৰক তালিকাত থকাৰ কথা সূচায় যাৰ বাবে বিশেষীকৃত ৰোগ নিৰ্ধাৰণ বা নিৰীক্ষণ বা প্ৰশিক্ষণৰ প্ৰয়োজন। এটা ঔষধক অধিক খৰচ বা কম আকৰ্ষণীয় খৰচ-লাভৰ অনুপাতৰ ভিত্তিত পৰিপূৰক হিচাপেও তালিকাভুক্ত কৰিব পাৰি।[4][14]

  1. স্থানীয় উপলভ্যতা আৰু খৰচৰ ওপৰত নিৰ্ভৰ কৰি থাইঅ'পেণ্টেল বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  2. হাইপ'টেনচন প্ৰতিৰোধ কৰিবলৈ প্ৰসৱৰ সময়ত স্পাইনেল এনাছথিজিয়াত ব্যৱহাৰৰ বাবে।
  3. No more than 30% oxygen should be used to initiate resuscitation of neonates less than or equal to 32 weeks of gestation.
  4. Not in children less than 3 months.
  5. Not recommended for anti‐inflammatory use due to lack of proven benefit to that effect.
  6. For the management of cancer pain
  7. Alternatives limited to hydromorphone and oxycodone
  8. For the management of cancer pain.
  9. 9.0 9.1 Alternatives limited to dolasetron, granisetron, palonosetron, and tropisetron
  10. Alternatives limited to cetirizine and fexofenadine
  11. There may be a role for sedating antihistamines for limited indications (EMLc).
  12. Alternatives limited to prednisone
  13. For use as adjunctive therapy for treatment-resistant partial or generalized seizures.
  14. Alternatives limited to diazepam and midazolam
  15. For use in eclampsia and severe pre‐eclampsia and not for other convulsant disorders.
  16. For buccal administration when solution for oromucosal administration is not available.
  17. The presence of both 25 mg/5 mL and 30 mg/5 mL strengths on the same market would cause confusion in prescribing and dispensing and should be avoided.
  18. 18.0 18.1 Avoid use in pregnancy and in women and girls of child-bearing potential, unless alternative treatments are ineffective or not tolerated because of the high risk of birth defects and developmental disorders in children exposed to valproate in the womb.
  19. Oxamniquine is listed for use when praziquantel treatment fails.
  20. > এমাহ।
  21. Only for the presumptive treatment of epidemic meningitis in children older than two years and in adults.
  22. Alternatives limited to 4th level ATC chemical subgroup (J01CF Beta-lactamase resistant penicillins)
  23. cloxacillin, dicloxacillin and flucloxacillin are preferred for oral administration due to better bioavailability.
  24. Use in children <8 years only for life-threatening infections when no alternative exists.
  25. Procaine benzylpenicillin is not recommended as first-line treatment for neonatal sepsis except in settings with high neonatal mortality, when given by trained health workers in cases where hospital care is not achievable.
  26. Third-generation cephalosporin of choice for use in hospitalized neonates.
  27. Do not administer with calcium and avoid in infants with hyperbilirubinemia.
  28. > 41 weeks corrected gestational age.
  29. Erythromycin may be an alternative. For use in combination regimens for eradication of H. pylori in adults
  30. Imipenem/cilastatin is an alternative for complicated intraabdominal infections and high-risk febrile neutropenia only, except for acute bacterial meningitis in neonates, where meropenem is preferred
  31. For use only in patients with HIV receiving protease inhibitors
  32. For use only in combination with meropenem or imipenem/cilastatin
  33. ≥ 5 years
  34. Terizidone may be an alternative
  35. Prothionamide may be an alternative
  36. Imipenem/cilastatin may be an alternative
  37. For treatment of chronic pulmonary aspergillosis, histoplasmosis, sporotrichosis, paracoccidioidomycosis, mycoses caused by Talaromyces marneffei and chromoblastomycosis; and prophylaxis of histoplasmosis and infections caused by T. marneffei in AIDS patients.
  38. For treatment of chronic pulmonary aspergillosis and acute invasive aspergillosis.
  39. Alternatives limited to anidulafungin and caspofungin
  40. Alternatives limited to valaciclovir
  41. also indicated for pre-exposure prophylaxis.
  42. For use in pregnant women and in second-line regimens in accordance with WHO treatment guidelines.
  43. 43.0 43.1 Alternatives limited to lamivudine (for emtricitabine)
  44. combination also indicated for pre-exposure prophylaxis
  45. For the treatment of viral haemorrhagic fevers
  46. For the treatment of cytomegalovirus retinitis (CMVr).
  47. For severe illness due to confirmed or suspected influenza virus infection in critically ill hospitalized patients
  48. For the treatment of cytomegalovirus retinitis (CMVr).
  49. Pangenotypic when used in combination with sofosbuvir
  50. Pangenotypic when used in combination with daclatasvir
  51. For the treatment of hepatitis C, in combination with direct acting anti-viral medicines
  52. To be used in combination with ribavirin
  53. Alternatives limited to tinidazole
  54. 54.0 54.1 To be used in combination with artesunate 50 mg.
  55. For use in the management of severe malaria.
  56. Not recommended in the first trimester of pregnancy or in children below 5 kg.
  57. To be used in combination with either amodiaquine, mefloquine or sulfadoxine + pyrimethamine.
  58. Other combinations that deliver the target doses required such as 153 mg or 200 mg (as hydrochloride) with 50 mg artesunate can be alternatives.
  59. For use only for the treatment of Plasmodium vivax infection.
  60. For use only in combination with quinine.
  61. Only for use to achieve radical cure of Plasmodium vivax and Plasmodium ovale infections, given for 14 days.
  62. For use only in the management of severe malaria, and should be used in combination with doxycycline.
  63. Only in combination with artesunate 50 mg.
  64. For use only in Central American regions, for Plasmodium vivax infections.
  65. For use only in combination with chloroquine.
  66. For the treatment of 1st and 2nd stage human African trypanosomiasis due to Trypanosoma brucei gambiense infection.
  67. To be used for the treatment of Trypanosoma brucei gambiense infection.
  68. To be used for the treatment of the initial phase of Trypanosoma brucei rhodesiense infection.
  69. To be used for the treatment of Trypanosoma brucei gambiense infection
  70. Only to be used in combination with eflornithine, for the treatment of Trypanosoma brucei gambiense infection.
  71. Certolizumab pegol, etanercept, golimumab and infliximab are alternatives, including quality-assured biosimilars
  72. 72.0 72.1 72.2 72.3 72.4 72.5 72.6 72.7 72.8 Including quality-assured biosimilars
  73. Afatinib and gefitinib are alternatives
  74. Pembrolizumab is an alternative, including quality-assured biosimilars
  75. Alternatives limited to enzalutamide
  76. Alternatives limited to 4th level ATC chemical subgroup (L02BG Aromatase inhibitors)
  77. Alternatives limited to flutamide and nilutamide
  78. Alternatives limited to goserelin and triptorelin
  79. Alternatives limited to prednisone
  80. Alternatives limited to trihexyphenidyl
  81. Alternatives limited to benserazide (for carbidopa)
  82. periconceptual use for prevention of first occurrence of neural tube defects
  83. Alternatives limited to epoetin alfa, beta and theta, darbepoetin alfa, methoxy polyethylene glycol-epoetin beta, and their quality-assured biosimilars.
  84. Apixaban, edoxaban and rivaroxaban are alternatives
  85. Alternatives are limited to dalteparin and nadroparin, including their quality-assured biosimilars.
  86. Alternatives are limited to the oral form of deferasirox.
  87. Polygeline, injectable solution, 3.5% is considered an alternative.
  88. 88.0 88.1 88.2 বিকল্প হিচাপে কাৰ্ভেডিল'ল আৰু মেট'প্ৰ'ল'ল অন্তৰ্ভুক্ত কৰা হৈছে।
  89. চতুৰ্থ স্তৰৰ ATC ৰাসায়নিক উপগোটত (C08CA ডাইহাইড্ৰ'পাইৰিডিন ডিৰাইভেটিভ) সীমাবদ্ধ বিকল্পসমূহ।
  90. বিকল্প হিচাপে এটেন'ল'ল, কাৰ্ভেডিল'ল, আৰু মেট'প্ৰ'ল'ল অন্তৰ্ভুক্ত কৰা হৈছে। ৬০ বছৰ বয়সতকৈ বেছি বয়সৰ ৰোগীৰ ক্ষেত্ৰত জটিলতাহীন উচ্চ ৰক্তচাপত এটেন'ল'ল প্ৰথম শাৰীৰ কাৰক হিচাপে ব্যৱহাৰ কৰা অনুচিত।
  91. চতুৰ্থ স্তৰৰ ATC ৰাসায়নিক উপগোটত (C09AA ACE inhibitors, plain) সীমাবদ্ধ বিকল্পসমূহ।
  92. Hydralazine is listed for use in the acute management of severe pregnancy‐induced hypertension only. Its use in the treatment of essential hypertension is not recommended in view of the availability of more evidence of efficacy and safety of other medicines.
  93. 93.0 93.1 93.2 Alternatives limited to chlorothiazide, chlorthalidone, and indapamide
  94. Alternatives limited to 4th level ATC chemical subgroup (C09AA ACE inhibitors, plain) (for lisinopril) and 4th level ATC chemical subgroup (C08CA Dihydropyridine derivatives) (for amlodipine)
  95. Alternatives limited to 4th level ATC chemical subgroup (C09AA ACE inhibitors, plain) (for lisinopril) and chlorthalidone, chlorothiazide, indapamide (for hydrochlorothiazide)
  96. 96.0 96.1 Alternatives limited to 4th level ATC chemical subgroup (C09CA Angiotensin II receptor blockers (ARBs), plain)
  97. Methyldopa is listed for use only in the management of pregnancy-induced hypertension. Its use in the treatment of essential hypertension is not recommended in view of the evidence of greater efficacy and safety of other medicines.
  98. Alternatives limited to 4th level ATC chemical subgroup (C09CA Angiotensin II receptor blockers (ARBs), plain) (for telmisartan) and 4th level ATC chemical subgroup (C08CA Dihydropyridine derivatives) (for amlodipine)
  99. Alternatives limited to 4th level ATC chemical subgroup (C09CA Angiotensin II receptor blockers (ARBs), plain) (for telmisartan) and chlorthalidone, chlorothiazide, indapamide (for hydrochlorothiazide)
  100. Alternatives limited to 4th level ATC chemical subgroup (C09AA ACE inhibitors, plain)
  101. Alternatives limited to bumetanide and torasemide
  102. For use in high‐risk patients. Alternatives limited to atorvastatin, fluvastatin, lovastatin, and pravastatin
  103. Alternatives limited to 4th level ATC chemical subgroup (D01AC Imidazole and triazole derivatives) excluding combinations
  104. Alternatives limited to 4th level ATC chemical subgroup (D07AC Corticosteroids, potent (group III))
  105. Alternatives limited to 4th level ATC chemical subgroup (D07AA Corticosteroids, weak (group I))
  106. Alternatives limited to calcitriol and tacalcitol
  107. Alternatives limited to podophyllotoxin
  108. Alternatives limited to precipitated sulfur topical ointment
  109. Alternatives limited to atropine and cyclopentolate
  110. Alternatives limited to propanol
  111. Alternatives limited to iodine
  112. Alternatives limited to 4th level ATC chemical subgroup (D08AE Phenol and derivatives)
  113. Alternatives limited to bumetanide and torasemide
  114. Alternatives limited to chlorothiazide and chlorthalidone
  115. Alternatives limited to 4th level ATC chemical subgroup (A02BC Proton pump inhibitors) excluding combinations
  116. Alternatives limited to 4th level ATC chemical subgroup (A02BA H2-receptor antagonists) excluding combinations
  117. Alternatives limited to mesalazine
  118. Alternatives limited to bisacodyl
  119. In acute diarrhoea zinc sulfate should be used as an adjunct to oral rehydration salts.
  120. Alternatives limited to norethisterone
  121. Alternatives limited to insulin degludec, insulin detemir, and insulin glargine, including quality-assured biosimilars
  122. Alternatives limited to canagliflozin and dapagliflozin
  123. Glibenclamide not suitable above 60 years. Alternatives limited to 4th level ATC chemical subgroup (A10BB Sulfonylureas)
  124. 124.0 124.1 Carbimazole is an alternative depending on local availability
  125. For use when alternative first-line treatment is not appropriate or available; and in patients during the first trimester of pregnancy.
  126. For use when alternative first-line treatment is not appropriate or available
  127. Exact type to be defined locally
  128. 128.0 128.1 128.2 কিছুমান অঞ্চলৰ বাবে বাঞ্ছনীয়
  129. 129.0 129.1 129.2 129.3 129.4 129.5 কিছুমান উচ্চ বিপদজনক জনসংখ্যাৰ বাবে বাঞ্ছনীয়
  130. 130.0 130.1 130.2 বিশেষ বৈশিষ্ট্য বিশিষ্ট প্ৰতিষেধক কাৰ্যসূচীৰ বাবে বাঞ্ছনীয়
  131. For infections due to Chlamydia trachomatis or Neisseria gonorrhoeae.
  132. Alternatives limited to amikacin, kanamycin, netilmicin, and tobramycin
  133. Alternatives limited to 4th level ATC chemical subgroup (S01AE Fluoroquinolones)
  134. Alternatives limited to chlortetracycline and oxytetracycline
  135. Alternatives limited to 4th level ATC chemical subgroup (S01HA Local anaesthetics) excluding cocaine and combinations
  136. Alternatives limited to carbachol
  137. Alternatives limited to 4th level ATC chemical subgroup (S01ED Beta blocking agents) excluding combinations
  138. Alternatives limited to cyclopentolate hydrochloride or homatropine hydrobromide only for the EMLc
  139. For use in women actively breastfeeding at least 4 times per day
  140. Alternatives limited to methylergometrine
  141. Where permitted under national law and where culturally acceptable.
  142. Only for use for induction of labour where appropriate facilities are available.
  143. Alternatives limited to indometacin
  144. Alternatives limited to prostaglandin E2
  145. Alternatives limited to risperidone injection
  146. Alternatives limited to citalopram, escitalopram, fluvoxamine, paroxetine, and sertraline
  147. Alternatives limited to buprenorphine. The medicines should only be used within an established support programme.
  148. Alternatives limited to beclometasone, ciclesonide, flunisolide, fluticasone, and mometasone
  149. Alternatives limited to beclometasone/formoterol, budesonide/salmeterol, fluticasone/formoterol, fluticasone furoate/vilanterol, and mometasone/formoterol
  150. Alternatives limited to terbutaline
  151. Alternatives limited to aclidinium, glycopyrronium, and umeclidinium
  152. বিকল্প হিচাপে ক'লেকেলচিফেৰল ব্যৱহাৰ কৰিব পাৰি।
  153. বিকল্প হিচাপে আৰ্গ'কেলচিফেৰল ব্যৱহাৰ কৰিব পাৰি।
  154. বিকল্পসমূহ অফ্ল'ক্সাচিনলৈ সীমাবদ্ধ।
  155. বাতজনিত জ্বৰ, কৈশোৰ বাতবিষ, কাৱাছাকি ৰোগত ব্যৱহাৰৰ বাবে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Essential medicines". World Health Organization. https://www.who.int/medicines/services/essmedicines_def/en/. 
  2. "The WHO Essential Medicines List (EML): 30th anniversary". World Health Organization. https://www.who.int/medicines/events/fs/en/. 
  3. "Comparison of essential medicines lists in 137 countries". Bull. World Health Organ. খণ্ড 97 (6): 394–404C. June 2019. doi:10.2471/BLT.18.222448. ISSN 0042-9686. PMID 31210677. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "19th WHO Model List of Essential Medicines". World Health Organization. April 2015. পৃষ্ঠা: Annex 1. https://www.who.int/medicines/publications/essentialmedicines/EML2015_8-May-15.pdf. 
  5. 5.0 5.1 "Accessibility and use of essential medicines in health care: Current progress and challenges in India". Journal of Pharmacology & Pharmacotherapeutics খণ্ড 4 (1): 13–18. January 2013. doi:10.4103/0976-500X.107642. PMID 23662019. 
  6. "The Selection and Use of Essential Medicines – WHO Technical Report Series, No. 920: 5. Reviews of sections of the Model List: 5.2 Review of core versus complementary listing of medicines". World Health Organization (WHO). 2003. http://apps.who.int/medicinedocs/en/d/Js4881e/5.2.html. 
  7. "Patents and the WHO Model List of Essential Medicines (18th Edition): Clarifying the Debate on IP and Access". World Intellectual Property Organization (WIPO). 2016. http://www.wipo.int/edocs/mdocs/mdocs/en/wipo_gc_ip_ge_16/wipo_gc_ip_ge_16_brief.pdf. 
  8. The selection of essential drugs : report of a WHO expert committee [meeting held in Geneva from 17 to 21 October 1977]. প্ৰকাশক Geneva: World Health Organization. 1977. Technical report series; no. 615. ISBN 9241206152. 
  9. "Essential medicines for universal health coverage". Lancet খণ্ড 389 (10067): 403–476. January 2017. doi:10.1016/S0140-6736(16)31599-9. PMID 27832874. 
  10. 10.0 10.1 10.2 "WHO Model Lists of Essential Medicines". World Health Organization. https://www.who.int/medicines/publications/essentialmedicines/en/. "The current versions are the 21st WHO Essential Medicines List (EML) and the 7th WHO Essential Medicines List for Children (EMLc) updated in June 2019." 
  11. "Rational Prescription for a Dermatologist". Indian Journal of Dermatology খণ্ড 61 (1): 32–38. 2016. doi:10.4103/0019-5154.174017. PMID 26955092. 
  12. 12.0 12.1 WHO model list of essential medicines, 20th list (March 2017, amended August 2017). প্ৰকাশক Geneva. 2017. 
  13. "Essential Medicines List and WHO Model Formulary". World Health Organization. https://www.who.int/selection_medicines/list/en/. 
  14. 14.0 14.1 14.2 14.3 World Health Organization model list of essential medicines: 21st list 2019. প্ৰকাশক Geneva. 2019. WHO/MVP/EMP/IAU/2019.06. License: CC BY-NC-SA 3.0 IGO. 
  15. Executive summary: the selection and use of essential medicines 2019: report of the 22nd WHO Expert Committee on the selection and use of essential medicines. প্ৰকাশক Geneva. 2019. WHO/MVP/EMP/IAU/2019.05. License: CC BY-NC-SA 3.0 IGO. 
  16. "Strengthening access to essential medicines". World Health Organization. https://www.who.int/activities/strengthening-access-to-essential-medicines. 
  17. 17.0 17.1 17.2 World Health Organization model list of essential medicines: 22nd list (2021). প্ৰকাশক Geneva: World Health Organization. 2021. WHO/MHP/HPS/EML/2021.02. 
  18. Executive summary: the selection and use of essential medicines 2021: report of the 23rd WHO Expert Committee on the selection and use of essential medicines: virtual meeting, 21 June–2 July 2021. প্ৰকাশক Geneva: World Health Organization. 2021. WHO/MHP/HPS/EML/2021.01. 
  19. World Health Organization model list of essential medicines for children: 7th list 2019. প্ৰকাশক Geneva. 2019. WHO/MVP/EMP/IAU/2019.07. License: CC BY-NC-SA 3.0 IGO. 
  20. World Health Organization model list of essential medicines for children: 8th list (2021). প্ৰকাশক Geneva: World Health Organization. 2021. WHO/MHP/HPS/EML/2021.03. 
  21. Guide to Paediatric Drug Development and Clinical Research. Karger Medical and Scientific Publishers. 2010. পৃষ্ঠা. 42. ISBN 9783805593625. https://books.google.com/books?id=o8bDJPHqGeYC&pg=PA42. 
  22. Pediatric Clinical Pharmacology. Springer Science & Business Media. 2011. পৃষ্ঠা. 358. ISBN 9783642201950. https://books.google.com/books?id=jM1gob3MeVYC&pg=PA358. 
  23. "Essential Medicines for Children". Clinical Pharmacology and Therapeutics খণ্ড 101 (6): 718–720. June 2017. doi:10.1002/cpt.661. PMID 28182281.