বৃন্দাবন

উত্তৰ প্ৰদেশৰ এখন চহৰ

বৃন্দাবন (হিন্দী: वृन्दावन) হৈছে উত্তৰ প্ৰদেশ, ভাৰতৰ মথুৰা জিলাৰ এখন নগৰ। মহাভাৰতৰ মতে, এই অঞ্চলতে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ বাল্যকাল অতিবাহিত কৰিছিল।

বৃন্দাবন
वृंदावन
বৃন্দাৱন, ব্ৰজ
নগৰ
বৃন্দাবনৰ প্ৰেম মন্দিৰ
বৃন্দাবনৰ প্ৰেম মন্দিৰ
উপনাম: 
ব্ৰজ-ভূমি
দেশ  ভাৰত
ৰাজ্য উত্তৰ প্ৰদেশ
জিলা মথুৰা
উচ্চতা
১৭০ মিটাৰ (৫৬০ ফুট)
জনসংখ্যা
 (2011)[1]
 • মুঠ
63,005

এই নগৰখন শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা প্ৰায় ১০ কিমি আঁতৰত অৱস্থিত। নগৰখনত ৰাধা আৰু কৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত শতাধিক মন্দিৰ আছে। নগৰখনৰ সৰ্বাধিক জনপ্ৰিয় স্থান হৈছে গোৱিন্দদেৱ মন্দিৰ, গোপীনাথ মন্দিৰ আৰু ৰংগনাথ মন্দিৰ।[2]

বৃন্দাবনৰ হিন্দু ইতিহাসৰ সৈতে জড়িত এটা পুৰণি অতীত আছে। ই হিন্দু ধৰ্মৰ এখন অতি পবিত্ৰ স্থান।

বৃন্দাবনৰ ভৌগোলিক স্থানাংক হৈছে 27°35′N 77°42′E / 27.58°N 77.7°E / 27.58; 77.7[3] সমুদ্ৰপৃস্থৰ পৰা উচ্চতা প্ৰায় ১৭০ মিটাৰ (৫৫৭ ফুট)।

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Census of India
  2. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 176. 
  3. Falling Rain Genomics, Inc - Vrindavan