বৰাক নদী (ইংৰাজী: Barak River, বঙালী: বরাক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল।[1] বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে।[1] নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।

বৰাক নদী
উৰাজাহাজৰ পৰা বৰাক নদীক অসমৰ শিলচৰৰ ওচৰেদি বৈ যোৱা দেখা গৈছে
দেশসমূহ ভাৰত, বাংলাদেশ
প্ৰদেশসমূহ অসম, মণিপুৰ
উপনৈ
 - বাঁওদিশত সোণাই নদী, ঘাগৰা নদী (Ghagra River), কাটাখাল নদী (Katakhal River), ধলেশ্বৰী নদী (Dhaleswari River)
 - সোঁদিশত জিৰি নদী (Jiri River), চিৰি নদী (Chiri River), মধুৰা নদী (Madhura River), জাতিংগা নদী ( Jatinga River)
চহৰ শিলচৰ
উৎস মুক্ৰু (Mukru) [1]
 - অৱস্থান বৰাইল শ্ৰেণী, ভাৰত
মোহনা বংগোপসাগৰ
 - অৱস্থান গংগা ব-দ্বীপ, বাংলাদেশ
 - স্থানাঙ্ক 25°13′24″N 89°41′41″E / 25.22333°N 89.69472°E / 25.22333; 89.69472
দৈৰ্ঘ্য ৯০০ কিমি (৫৬০ মাইল) [2]

উপনৈ সম্পাদনা কৰক

ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা সম্পাদনা কৰক

অসমৰ বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ-৬ হিচাপে স্বীকৃতি দিবলৈ ভাৰত চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে। স্বীকৃতি পালে এই নদীয়েদি বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক