ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
# নাম চিত্ৰ কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ সমাপ্তি উপ ৰাষ্ট্ৰপতি টোকা
ৰাজেন্দ্ৰ প্ৰসাদ Rajendra Prasad (Indian President), signed image for Walter Nash (NZ Prime Minister), 1958 (16017609534).jpg ২৬ জানুৱাৰী ১৯৫০ ১৩ মে ১৯৬২ সৰ্বপল্লী ৰাধাকৃষ্ণন
সৰ্বপল্লী ৰাধাকৃষ্ণন Radhakrishnan.jpg ১৩ মে ১৯৬২ ১৩ মে ১৯৬৭ জাকিৰ হুছেইন
জাকিৰ হুছেইন Dr Zakir Hussain.jpg ১৩ মে ১৯৬৭ ৩ মে ১৯৬৯ বৰাহগিৰি ভেংকট গিৰি
- বৰাহগিৰি ভেংকট গিৰি Varahagiri Venkata Giri.jpg ৩ মে ১৯৬৯ ২০ জুলাই ১৯৬৯ কাৰ্যবাহী ৰাষ্ট্ৰপতি
- মহম্মদ হিদায়তুল্লাহ Muhammad Hidayatullah.jpg ২০ জুলাই ১৯৬৯ ২৪ আগষ্ট ১৯৬৯ কাৰ্যবাহী ৰাষ্ট্ৰপতি
বৰাহগিৰি ভেংকট গিৰি Varahagiri Venkata Giri.jpg ২৪ আগষ্ট ১৯৬৯ ২৪ আগষ্ট ১৯৭৪ বৰাহগিৰি ভেংকট গিৰি
ফখৰুদ্দিন আলি আহমেদ Fakhruddin Ali Ahmed.jpg ২৪ আগষ্ট ১৯৭৪ ১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭ বাছাপ্পা দানাপ্পা জাত্তি
- বাছাপ্পা দানাপ্পা জাত্তি Basappa Danappa Jatti.jpg ১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭ ২৫ জুলাই ১৯৭৭ কাৰ্যবাহী ৰাষ্ট্ৰপতি
নীলম সঞ্জীৱ ৰেড্ডি NeelamSanjeevaReddy.jpg ২৫ জুলাই ১৯৭৭ ২৫ জুলাই ১৯৮২ মহম্মদ হিদায়ত উল্লাহ
জাইল সিং Giani Zail Singh1.jpg ২৫ জুলাই ১৯৮২ ২৫ জুলাই ১৯৯২ ৰামাস্বামী ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন R Venkataraman.jpg ২৫ জুলাই ১৯৯২ ২৫ জুলাই ১৯৯৭ শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা Shankar Dayal Sharma 36.jpg ২৫ জুলাই ১৯৯২ ২৫ জুলাই ১৯৯৭ কে আৰ নাৰায়ণন
১০ কে আৰ নাৰায়ণন K. R. Narayanan.jpg ২৫ জুলাই ১৯৯৭ ২৫ জুলাই ২০০২ কৃষণ কান্ত
১১ এ পি জে আব্দুল কালাম A. P. J. Abdul Kalam in 2008.jpg ২৫ জুলাই ২০০২ ২৫ জুলাই ২০০৭ ভৈৰণ সিং সেখৱত
১২ প্ৰতিভা দেৱী সিং পাটিল PratibhaIndia.jpg ২৫ জুলাই ২০০৭ ২৫ জুলাই ২০১২ মঃ হামিদ আনছাৰী
১৩ প্ৰণৱ মুখাৰ্জী Pranab Mukherjee-World Economic Forum Annual Meeting Davos 2009 crop(2).jpg ২৫ জুলাই ২০১২ ২৫ জুলাই ২০১৭ মঃ হামিদ আনছাৰী
১৪ ৰাম নাথ কোৱিন্দ President Ram Nath Kovind awards the President’s Colour to the Submarine Arm of Indian Navy (4) (cropped).jpg ২৫ জুলাই ২০১৭ ২৫ জুলাই, ২০২২ ভেংকেয়া নাইডু
১৫ দ্ৰৌপদী মূৰ্মু Droupadi Murmu June 2022.jpg ২৫ জুলাই ২০২২ বৰ্তমান জগদীশ ধনখড়

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক