ভেল দিয়া উৎসৱ হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত প্ৰচলিত এক উৎসৱ। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত এই উৎসৱ পালন কৰা হয়৷ মূলতঃ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি লোকসকলে এই উৎসৱ উদযাপন কৰে।[1][2]

তথ্যসূত্ৰ সম্পাদনা কৰক