যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী (ইংৰাজী: Fallacy) বুলি কোৱা হয়।[1] ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা। তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত ভ্ৰান্তি বা বিভ্ৰাট হৈছে এক অশুদ্ধ তৰ্ক (argument) যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা। যুক্তি-বিভ্ৰাট দুই ধৰণে হ’ব পাৰে – বিযুক্তি (formal fallacies) আৰু অত্যুক্তি (informal fallacies) অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।

বিযুক্তি সমূহ সম্পাদনা কৰক

  • উপস্থাপনৰ বিভ্ৰাট (Propositional fallacies)
  • আংকিক মানজনীত বিভ্ৰাট (en:Quantification fallacies)
    • চিৰন্তন অস্তিত্বমানক বিভ্ৰাট (Existential fallacy)
  • সমত্বমানক বিভ্ৰাট (en:Formal syllogistic fallacies)
  • অনিশ্চয়তাৰ প্ৰত্যাহ্বান ( এইটোৱেই হব লাগে কিয়নো এইটো হব পাৰে যেন লাগে ) Appeal to probability
  • বিভ্ৰাট ভিত্তিক তৰ্ক Argument from fallacy
  • আধাৰ হাৰ সম্পৰ্কীয় বিভ্ৰাট Base rate fallacy
  • সংযুক্তিৰ ফলত সৃষ্ট বিভ্ৰাট Conjunction fallacy
  • মুখাধাৰী ব্যক্তি সম্পৰ্কীয় বিভ্ৰাট Masked man fallacy (illicit substitution of identicals)

অনুমানতান্ত্ৰিক বিভ্ৰাটসমূহ সম্পাদনা কৰক

Syllogistic fallacies

কথাৰ খেলিমেলি বা বক্তব্যৰ সামঞ্জস্যহীনতা সম্পাদনা কৰক

অনাহক একাকাৰসমূহ সম্পাদনা কৰক

চালে বেৰে কোবোৱা অপলাপসমূহ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

  1. কূট
  2. ভ্ৰম
  3. মিছলীয়া কূট

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. কলিতা, ড॰ মৃণাল (দশম সংখ্যা; মাৰ্চ ২০১৭). "কূট আৰু ভ্ৰান্তিৰ জগতখন". বাৰ ওঠৰ (পানবজাৰ, গুৱাহাটী: সৰস্বতী প্ৰকাশন).