মাৰাঠী ভাষা দিৱস (ইংৰাজী: Marathi Language Day, মাৰাঠী: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।[1][2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃ সংযোগ সম্পাদনা কৰক

অভিধানসমূহ