যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত) (ইংৰাজী: Ministry of Communications and Information Technology (India)) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়" আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল। ইয়াত তিনিটা বিভাগ আছিল যেনে "দূৰসংযোগ বিভাগ","ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ" (DeitY, বৰ্তমান ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) আৰু "ডাক বিভাগ।"

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

ভাৰতৰ প্ৰতীক
Ministryৰ ৰূপৰেখা
ভংগন ৫ জুলাই ২০১৬ (2016-07-05)
ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় ইলেক্ট্ৰনিক্স নিকেতন, ৬, চিজিঅ' কমপ্লেক্স, লোধি ৰোড, নতুন দিল্লী - ১১০০০৩
ৱেবছাইট meity.gov.in

অসামৰিক সেৱা ("ভাৰতীয় দূৰসংযোগ সেৱা", "ভাৰতীয় ডাক সেৱা", "ভাৰতীয় ৰেডিঅ' নিয়ামক সেৱা","টেলিগ্ৰাফ ট্ৰেফিক সেৱা", "ভাৰতীয় ডাক আৰু টেলিগ্ৰাফ বিল্ডিং ৱৰ্কচ সেৱা আৰু টেলিগ্ৰাফ একাউণ্ট আৰু বিত্ত সেৱা" সহ নিম্নলিখিত নিয়ন্ত্ৰণ কৰ্তৃপক্ষ) সমূহ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ প্ৰশাসনৰ তত্ত্বাৱধানত আছে।

প্ৰাক্তন মন্ত্ৰীসকল সম্পাদনা কৰক

যোগাযোগ মন্ত্ৰালয়ৰ মন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে।[1]

নাম কাৰ্যকাল ৰাজনৈতিক দল প্ৰধানমন্ত্ৰী
ৰফি আহমেদ কিদৱাই ১৫ আগষ্ট ১৯৪৭ ২ আগষ্ট ১৯৫১ ভাৰতীয় জাতীয় কংগ্ৰেছ জৱাহৰলাল নেহৰু
অমৃত কৌৰ ২ আগষ্ট ১৯৫১ ১৩ মে’ ১৯৫২
জগজীৱন ৰাম ১৩ মে’ ১৯৫২ ৭ ডিচেম্বৰ ১৯৫৬
ৰাজ বাহাদুৰ ৭ ডিচেম্বৰ ১৯৫৬ ১৭ এপ্ৰিল ১৯৫৭
লাল বাহাদুৰ শাস্ত্ৰী ১৭ এপ্ৰিল ১৯৫৭ ২৮ মাৰ্চ ১৯৫৮
এছ কে পাটিল ২৯ মাৰ্চ ১৯৫৮ ২৪ আগষ্ট ১৯৫৯
জৱাহৰলাল নেহৰু ২৫ আগষ্ট ১৯৫৯ ২ ছেপ্টেম্বৰ ১৯৫৯
পি চুব্বাৰায়ান ২ ছেপ্টেম্বৰ ১৯৫৯ ৯ এপ্ৰিল ১৯৬২
জগজীৱন ৰাম ১০ এপ্ৰিল ১৯৬৩ ৩১ আগষ্ট ১৯৬৩
অশোক কুমাৰ সেন ১ ছেপ্টেম্বৰ ১৯৬৩ ১৩ জুন ১৯৬৪
লাল বাহাদুৰ শাস্ত্ৰী
সত্য নাৰায়ণ সিনহা ১৩ জুন ১৯৬৪ ১২ মাৰ্চ ১৯৬৭
ইন্দিৰা গান্ধী
ৰাম সুভাগ সিং ১৩ মাৰ্চ ১৯৬৭ ১৪ ফেব্ৰুৱাৰী ১৯৬৯
সত্য নাৰায়ণ সিনহা ১৪ ফেব্ৰুৱাৰী ১৯৬৯ ৮ মাৰ্চ ১৯৭১
ইন্দিৰা গান্ধী ৯ মাৰ্চ ১৯৭১ ১৭ মাৰ্চ ১৯৭১
শ্বেৰ সিং ১৮ মাৰ্চ ১৯৭১ ২ মে’ ১৯৭১
হেমৱতী নন্দন বহুগুণা ২ মে’ ১৯৭১ ৮ নৱেম্বৰ ১৯৭৩
ৰাজ বাহাদুৰ ৮ নৱেম্বৰ ১৯৭৩ ১১ জানুৱাৰী ১৯৭৪
কচু ব্ৰহ্মানন্দ ৰেড্ডী ১১ জানুৱাৰী ১৯৭৪ ১০ অক্টোবৰ ১৯৭৪
শংকৰ দয়াল শৰ্মা ১০ অক্টোবৰ ১৯৭৪ ২৪ মাৰ্চ ১৯৭৭
মোৰাৰজী দেশাই ২৪ মাৰ্চ ১৯৭৭ ২৬ মাৰ্চ ১৯৭৭ জনতা পাৰ্টি মোৰাৰজী দেশাই
প্ৰকাশ সিং বাদল ২৬ মাৰ্চ ১৯৭৭ ২৭ মাৰ্চ ১৯৭৭ শিৰোমণি অকালি দল
জৰ্জ ফাৰ্ণাণ্ডেজ ২৮ মাৰ্চ ১৯৭৭ ৬ জুলাই ১৯৭৭ জনতা পাৰ্টি
ব্ৰিজ লাল বৰ্মা ৬ জুলাই ১৯৭৭ ২৮ জুলাই ১৯৭৯
চৰণ সিং ২৮ জুলাই ১৯৭৯ ৩০ জুলাই ১৯৭৯ জনতা পাৰ্টি (চেকুলাৰ) চৰণ সিং
জুলফিকুয়াৰুল্লাহ

(ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)

৩০ জুলাই ১৯৭৯ ২৭ নৱেম্বৰ ১৯৭৯
চৰণ সিং ২৭ নৱেম্বৰ ১৯৭৯ ৭ ডিচেম্বৰ ১৯৭৯
শ্যাম নন্দন মিশ্ৰ ৭ ডিচেম্বৰ ১৯৭৯ ১৪ জানুৱাৰী ১৯৮০
ইন্দিৰা গান্ধী ১৫ জানুৱাৰী ১৯৮০ ১৬ জানুৱাৰী ১৯৮০ ভাৰতীয় জাতীয় কংগ্ৰেছ ইন্দিৰা গান্ধী
ভীষ্ম নাৰায়ণ সিং ১৬ জানুৱাৰী ১৯৮০ ৩ মাৰ্চ ১৯৮০
চি.M ষ্টিফেন ৩ মাৰ্চ ১৯৮০ ২ ছেপ্তেম্বৰ ১৯৮০
অনন্ত প্ৰসাদ শৰ্মা ২ ছেপ্তেম্বৰ ১৯৮০ ১৪ ফেব্ৰুৱাৰী ১৯৮৩
ইন্দিৰা গান্ধী ১৪ ফেব্ৰুৱাৰী ১৯৮৩ ৩১ অক্টোৱৰ ১৯৮৪
ৰাজীৱ গান্ধী ৩১ অক্টোবৰ ১৯৮৪ ৮ নৱেম্বৰ ১৯৮৪ ৰাজীৱ গান্ধী
ভি এন গাডগিল ৮ নৱেম্বৰ ১৯৮৪ ৩১ ডিচেম্বৰ ১৯৮৪
ৰাম নিৱাস মিৰ্ধা

(ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)

৩১ ডিচেম্বৰ ১৯৮৪ ২২ অক্টোবৰ ১৯৮৬
অৰ্জুন সিং ২২ অক্টোবৰ ১৯৮৬ ১৪ ফেব্ৰুৱাৰী ১৯৮৮
বসন্ত সাথে ১৪ ফেব্ৰুৱাৰী ১৯৮৮ ২৫ জুন ১৯৮৮
বীৰ বাহাদুৰ সিং ২৫ জুন ১৯৮৮ ৪ জুলাই ১৯৮৯
গিৰিধৰ গামাং

(ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)

৪ জুলাই ১৯৮৯ ২ ডিচেম্বৰ ১৯৮৯
ভি পি সিং ২ ডিচেম্বৰ ১৯৮৯ ৬ ডিচেম্বৰ ১৯৮৯ জনতা দল

(নেচনেল ফ্ৰণ্ট)

ভি পি সিং
কে.পি. উন্নিকৃষ্ণন ৬ ডিচেম্বৰ ১৯৮৯ ২৩ এপ্ৰিল ১৯৯০ কংগ্ৰেছ (চেকুলাৰ)

(নেচনেল ফ্ৰণ্ট)

জনেশ্বৰ মিশ্ৰ ২৩ এপ্ৰিল ১৯৯০ ৫ নৱেম্বৰ ১৯৯০ জনতা দল

(নেচনেল ফ্ৰণ্ট)

ভি পি সিং ৫ নৱেম্বৰ ১৯৯০ ১০ নৱেম্বৰ ১৯৯০
চন্দ্ৰ শেখৰ ১০ নৱেম্বৰ ১৯৯০ ২১ নৱেম্বৰ ১৯৯০ সমাজবাদী জনতা পাৰ্টি চন্দ্ৰ শেখৰ
সঞ্জয় সিং

(ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)

২২ নৱেম্বৰ ১৯৯০ ২১ জুন ১৯৯১
ৰাজেশ পাইলট

(ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)

২১ জুন ১৯৯১ ১৭ জানুৱাৰী ১৯৯৩ ভাৰতীয় জাতীয় কংগ্ৰেছ পি ভি নৰসিংহ ৰাও
সুখ ৰাম

(ৰাজ্যিক মন্ত্ৰী, স্বতন্ত্ৰ মাচুল)

১৭ জানুৱাৰী ১৯৯৩ ১৬ মে’ ১৯৯৩
অটল বিহাৰী বাজপেয়ী ১৬ মে’ ১৯৯৩ ১ জুন ১৯৯৬ ভাৰতীয় জনতা পাৰ্টি অটল বিহাৰী বাজপেয়ী
বেণী প্ৰসাদ বাৰ্মা

(ৰাজ্যিক মন্ত্ৰী হিচাপে, স্বতন্ত্ৰ মাচুল 10 জুলাই 1996 লৈকে)

১ জুন ১৯৯৬ ১৯ মাৰ্চ ১৯৯৮ সমাজবাদী পাৰ্টি

(ইউনাইটেড ফ্ৰণ্ট)

এইচ ডি দেৱে গৌড়া

আই কে গুজৰাল

অটল বিহাৰী বাজপেয়ী ১৯ মাৰ্চ ১৯৯৮ ২১ মাৰ্চ ১৯৯৮ ভাৰতীয় জনতা পাৰ্টি

(নেচনেল ডেমক্ৰেটিক এলায়েন্)

অটল বিহাৰী বাজপেয়ী
বুটা সিং ২১ মাৰ্চ ১৯৯৮ ১৯ এপ্ৰিল ১৯৯৮ স্বতন্ত্ৰ

(নেচনেল ডেমক্ৰেটিক এলায়েন্)

অটল বিহাৰী বাজপেয়ী ১৯ এপ্ৰিল ১৯৯৮ ২০ এপ্ৰিল ১৯৯৮ ভাৰতীয় জনতা পাৰ্টি

(নেচনেল ডেমক্ৰেটিক এলায়েন্)

সুষমা স্বৰাজ ২০ এপ্ৰিল ১৯৯৮ ১১ অক্টোবৰ ১৯৯৮
অটল বিহাৰী বাজপেয়ী ১১ অক্টোবৰ ১৯৯৮ ৬ ডিচেম্বৰ ১৯৯৮
জগমোহন ৬ ডিচেম্বৰ ১৯৯৮ ৮ জুন ১৯৯৯
অটল বিহাৰী বাজপেয়ী ৮ জুন ১৯৯৯ ১৩ অক্টোবৰ ১৯৯৯
ৰাম বিলাস পাছৱান ১৩ অক্টোবৰ ১৯৯৯ ১ ছেপ্তেম্বৰ ২০০১ জনতা দল

(নেচনেল ডেমক্ৰেটিক এলায়েন্)

প্ৰমোদ মহাজন ২ ছেপ্তেম্বৰ ২০০১ ২৮ জানুৱাৰী ২০০৩ ভাৰতীয় জনতা পাৰ্টি

(নেচনেল ডেমক্ৰেটিক এলায়েন্)

অৰুণ শৌৰী ২৯ জানুৱাৰী ২০০৩ ২২ মে' ২০০৪
দয়ানিধি মৰাণ ২৩ মে' ২০০৪ ১৫ মে' ২০০৭ দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম

(ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্)

মনমোহন সিং
এ. ৰাজা ১৬ মে' ২০০৭ ১৪ নৱেম্বৰ ২০১০
মনমোহন সিং ১৫ নৱেম্বৰ ২০১০ ১৯ জানুৱাৰী ২০১১ ভাৰতীয় জাতীয় কংগ্ৰেছ

(ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্)

কপিল চিবাল ১৯ জানুৱাৰী ২০১১ ২৬ মে' ২০১৪
ৰবি শংকৰ প্ৰসাদ ২৬ মে' ২০১৪ ৫ জুলাই ২০১৬ ভাৰতীয় জনতা পাৰ্টি

(নেচনেল ডেমক্ৰেটিক এলায়েন্)

নৰেন্দ্ৰ মোদী

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "List of Ministers of Communications". Department of Telecommunications,Communication and Information Technology. Ministry of Communication and Information Technology/National Informatics Centre. Archived from the original on 2 October 2013. https://web.archive.org/web/20131002203226/http://www.dot.gov.in/about-us/former-ministers। আহৰণ কৰা হৈছে: 19 May 2016. 

বাহ্যিক সংযোগ সম্পাদনা কৰক