লখিমপুৰ (লোকসভা সমষ্টি)

(লক্ষীমপুৰ (লোকসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)

লক্ষিমপুৰ লোকসভা সমষ্টি (ইংৰাজী: Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ সম্পাদনা কৰক

লক্ষিমপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • মাজুলী বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • নাওবৈচা বিধানসভা সমষ্টি
  • লখিমপুৰ বিধানসভা সমষ্টি
  • ঢকুৱাখানা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • ধেমাজি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • জোনাই বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • চাবুৱা বিধানসভা সমষ্টি
  • ডুমডুমা বিধানসভা সমষ্টি
  • শদিয়া বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল সম্পাদনা কৰক

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৬৭ বিশ্বনাৰায়ণ শাস্ত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ বিশ্বনাৰায়ণ শাস্ত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ ললিত কুমাৰ দ'লে ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ গকুল শইকীয়া অসম গণ পৰিষদ
১৯৯১ বলিন কুলি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ অৰুণ শৰ্মা অসম গণ পৰিষদ
১৯৯৮ ৰাণী নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯ ৰাণী নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪ অৰুণ কুমাৰ শৰ্মা অসম গণ পৰিষদ
১০ ২০০৯ ৰাণী নৰহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ২০১৪ সৰ্বানন্দ সোণোৱাল[2] ভাৰতীয় জনতা পাৰ্টি
১২ ২০১৬ প্ৰদান বৰুৱা ভাৰতীয় জনতা পাৰ্টি

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-06-28. https://web.archive.org/web/20140628100826/http://eciresults.nic.in/ConstituencywiseS0314.htm?ac=14। আহৰণ কৰা হৈছে: 7 জুন 2014.