লাইম
Lime fruits, in cross section and whole
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 126 কিলোজুল (30 কিলোকেলৰি)
শৰ্কৰাসমূহ 10.5 g
- চেনি 1.7 g
- খাদ্য আঁহ 2.8 g
চৰ্বী 0.2 g
প্ৰ’টিন 0.7 g
থায়েমিন (ভিটামিন বি) 0.03 mg (3%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.02 mg (2%)
নিয়াচিন (ভিটামিন বি) 0.2 mg (1%)
পেণ্টথেনিক এচিড (বি) 0.217 mg (4%)
ভিটামিন বি 0.046 mg (4%)
ফলেট (ভিটামিন বি) 8 μg (2%)
ভিটামিন চি 29.1 mg (35%)
কেলচিয়াম 33 mg (3%)
লো 0.6 mg (5%)
মেগনেছিয়াম 6 mg (2%)
ফছফ’ৰাছ 18 mg (3%)
পটাছিয়াম 102 mg (2%)
ছডিয়াম 2 mg (0%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ
Unripened Key limes

লাইম (ইংৰাজী: Lime) হৈছে ছাইট্ৰাছ গণৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু সিহঁতৰ ফল। অসমত লাইমৰ উৎপাদন আৰু চাহিদা যথেষ্ট বেছি। লাইম বছৰটোৰ প্ৰায় সকলো সময়তে কম-বেছি পৰিমাণে উৎপন্ন হয়। গ্ৰীষ্মকালত লাইমৰ ফল পূৰঠ হয় আৰু এই সময়ত ফলৰ ৰস অধিক হয়। গোন্ধ আৰু সোৱাদৰ দিশত অধিক মানবিশিষ্ট হয়। লাইমৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে কাজি নেমু, গোল নেমু ইত্যাদি।

আকৃতি সম্পাদনা কৰক

লাইমৰ আকৃতি দীঘলীয়া। এই ফলত সাধাৰণতে বীজ নাথাকে। অপূৰঠ অৱস্থাত লাইমত ৰসৰ পৰিমাণ কম হয়। পূৰঠ হ'লে হালধীয়া বৰণ ধৰিবলৈ আৰম্ভ কৰে। এনে ফলৰ গছ চিৰসেউজীয়া, সৰু অথবা জোপোহা হয়।

কৃষি পদ্ধতি সম্পাদনা কৰক

লাইম অসমত সহজলভ্য আৰু কম যত্নতে ইয়াৰ খেতি কৰি লাভবান হ'ব পাৰি। ডাল পুতি থলেই তাৰপৰা গজালি ওলাই গছজোপা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে।

অৰ্থনৈতিক মূল্য সম্পাদনা কৰক

গৰমৰ দিনত লাইমৰপৰা উৎকৃষ্ট চৰবত তৈয়াৰ কৰি খোৱা হয়। হোটেল,ৰেস্তোৰাঁত আহাৰৰ লগত এই লাইমৰ ব্যৱহাৰ অপৰিহাৰ্য্য। উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক

গেলাৰী সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক