লিথুৱানীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ লিথুৱানীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৯৯,৮৫৩ প্ৰবন্ধ আছে।

Favicon of Wikipedia লিথুৱানীয় ৱিকিপিডিয়া
Wikipedia-logo-v2-lt.svg
ইউ আৰ এল lt.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা লিথুৱানীয়
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২১ চনত লিথুৱানীয় ৱিকিপিডিয়াৰ ১,৯৯,৮৫৩টা প্ৰবন্ধ, ১,৫১,০০০ গৰাকী সম্পাদক, ১০ গৰাকী প্ৰশাসক আৰু ২৩,০৯১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬১,৯৫,৮১৮।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

লিথুৱানীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক