সত্যপ্ৰেম কি কথা (চলচ্চিত্ৰ)

সমীৰ বিদ্বান্সৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ চলচ্চিত্ৰ


সত্যপ্ৰেম কী কথা (অসমীয়া: সঁচা প্ৰেমৰ কথা) হৈছে সমীৰ বিদৱান পৰিচালিত এখন আগন্তুক ভাৰতীয় হিন্দী ভাষাৰ সংগীতৰ ৰোমান্টিক নাটক ছবি। নাডিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট আৰু নমহ পিকচাৰ্ছৰ যৌথ প্ৰযোজনা এই ছবিখনত অভিনয় কৰিছে কাৰ্তিক আৰ্য্যান আৰু কিয়াৰা আদৱানীয়ে।

২০২১ চনৰ জুন মাহত ঘোষণা কৰা ছবিখনৰ প্ৰধান ফটোগ্ৰাফী ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৩ চনৰ এপ্ৰিল মাহত সমাপ্ত হৈছিল।২০২৩ চনৰ ২৯ জুনত ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ কথা।[1]

কলা-কুশলী সম্পাদনা কৰক

  • কাৰ্তিক আৰ্য্যান: সত্যপ্ৰেম "সত্তু" আগৰৱালাৰ চৰিত্ৰত
  • কিয়াৰা আদৱানী: কথা দেশাইৰ চৰিত্ৰত
  • গজৰাজ ৰাও: সত্তুৰ পিতৃ হিচাপে
  • সুপ্ৰিয়া পাঠক: সত্তুৰ মাতৃ হিচাপে
  • ৰাজপাল যাদৱ
  • সিদ্ধাৰ্থ ৰাণ্ডেৰিয়া
  • অনুৰাধা পেটেল[2]

মুক্তি সম্পাদনা কৰক

সত্যপ্ৰেম কী কাহিনী ২০২৩ চনৰ ২৯ জুনত মুক্তি পোৱাৰ কথা।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক