আমাৰ পাকস্থলীত খাদ্যৰ অভাৱ ঘটিলে পিয়াহ লগাৰ দৰে ''নিউমোগেচচ্ৰিক'' নামৰ স্নায়ু শ্ৰেণীয়েই মস্তিষ্কৰ অনুভূতি কেন্দ্ৰক শৰীৰত আহাৰৰ প্ৰয়োজনৰ কথা জনাই দিয়ে। তেতিয়াই আমাৰ ভোগ লাগে।