অবিনাশ ডেকা-''অবিনাশ হৈছে এজন অসমীয়া ছাত্ৰ যিয়ে পোনপ্ৰথমে পেলনীয়া সামগ্ৰীৰে এটা স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ সাজি উলিয়াই।পিচলৈ তেওঁ পেলনীয়া সামগ্ৰীৰে এটা উন্নতমানৰ চোৰ ধৰা যন্ত্ৰ সাজি উলিয়াই ।

এখেতে ২০০৫চনত ওদালগুৰি জিলাত জন্মলাভ কৰে।

Assam state level science প্ৰতিযোগিতাত 4th position দখ্ল কৰে।