অক্লান্ত কৰ্মী পদক
শ্রী গীতাৰ্থ,
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ।

প্রভাকৰ শৰ্মা নেওগ 11:48, 14 অক্টোবৰ 2011 (UTC)

ভাল কাম সম্পাদনা কৰক

ৱিকিপেডিয়াত আপোনাক দেখা পাই ভাল লাগিছে | আপুনি সুন্দৰ কাম কৰি আছে |

--যামিনী অনুৰাগ ০৫:২২, ২৩ ফেব্ৰুৱাৰী ২০১১ (UTC)

তথ্যসূত্ৰ সম্পাদনা কৰক

তোমাৰ অম্বিকাগিৰি ৰাইচৌধাৰীত দিয়া লিংকটো থিক কৰি দিলোঁ৷ লিংক দিলে শেষত ==তথ্যসূত্র== এনেদৰে দিবা৷ তেতিয়া থিক হৈ যাব৷

Anjal Borah ১২:৫৬, ১৮ ফেব্ৰুৱাৰী ২০১১ (UTC)

সাহিত্যসভাৰ সভাপতি সম্পাদনা কৰক

অসম সাহিত্য সভাৰ সভাপতিসকলৰ নাম মই ভৰাই দিলোঁ৷ আমি এতিয়া প্ৰত্যেকজন সাহিত্যিকৰে একোটা পৃষ্ঠা তৈয়াৰ কৰিব পাৰিম৷ তুমি মোৰ আলোচনা পৃষ্ঠাত যিকোনো বাৰ্তা দিব পাৰা৷ Anjal Borah ১১:৩৬, ২১ ফেব্ৰুৱাৰী ২০১১ (UTC)

প্ৰ'ফাইল সম্পাদনা কৰক

গীতাৰ্থ,তোমাৰ নামত তোমাৰ বিষয়ে লিখি এখন প্ৰ'ফাইল তৈয়াৰ কৰি ৰাখিব পাৰা৷ ফৰ্মেতটোৰ বাবে মোৰ নামটোত ক্লিক কৰি চাব পাৰা৷ ভাল লাগিব৷

-অঞ্জল

মহাভাৰত সম্পাদনা কৰক

মই ঠিক কৰি দিলোঁ৷ তোমাৰ references দিয়াত অলপ ভুল হৈছিল৷


নতুন প্ৰবন্ধ শ্ৰেণী সম্পাদনা কৰক

আমি নতুন প্ৰবন্ধ শ্ৰেণী সৃষ্টি কৰিব নোৱাৰোঁ৷ সেইটো কোনে পাৰে তাকো নাজানো৷ তুমি ফে'চবুকৰ অসমীয়া ৱিকিপেডিয়া গোটত প্ৰশ্নটো সুধিবাচোন৷

Infobox_film সম্পাদনা কৰক

As you translate the other template, translate the infobox film template also. http://as.wikipedia.org/w/index.php?title=%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%9A:Infobox_film&action=edit

Make sure you are translating only those lines start with the word "label". Do not alter any other wiki codes. --Shijualex ২০:১৩, ১৭ জুলাই ২০১১ (UTC)

স্থানান্তৰ কৰক সম্পাদনা কৰক

এইটো ক'ত থাকে আজি মই বিচাৰি নাপালোঁ৷ ক'ত থাকে???

Anjal Borah ১৩:১৯, ২১ জুলাই ২০১১ (UTC)

তুমি দিয়া লিংকটো ঠিকেই আছে কিন্তু মই শব্দ এটাৰ ওপৰত তেনে কোনো "স্থানান্তৰ কৰক" বিচাৰি নাপাও৷ অসমীয়াৰ এটা স্ক্ৰিনশ্ব'ট লৈ দিব পাৰিবানেকি?

Anjal Borah ০৬:০৪, ২২ জুলাই ২০১১ (UTC)

ইন্টাৰনেট/ইণ্টাৰনেট সম্পাদনা কৰক

প্ৰথম পৃষ্ঠাত থকা ইন্টাৰনেট লেখাত ন+ট হৈ আছে আৰু তুমি লিখা ইণ্টাৰনেট লেখাত ণ+ট হৈ আছে বাবে প্ৰথম পৃষ্ঠাৰ লেখাটো লুপ্ত হৈ আছে৷ প্ৰথম পৃষ্ঠত থকা ইন্টাৰনেট লেখাৰ ভিতৰতে আন আন লেখাবোৰ ৰাখিব পাৰিলে ভাল হ'ব৷ কিন্তু সেইটো ণ+ট কৰিব লাগিছিল৷

Anjal Borah ০৬:১৮, ২২ জুলাই ২০১১ (UTC)

ইণ্টাৰনেট ৰখাটো ভাল হ'ব৷ কিন্তু প্ৰথম পৃষ্ঠাত আমি শুদ্ধ কৰিব পৰা হ'লে ভাল আছিল৷ সেইটো বৰ আহুকলীয়া কথা৷ আগতেও মানুহ শব্দটো মনুহ হৈ আছিল৷ মই বহুবাৰ কৈ তাক শুদ্ধ কৰালোঁ৷

Anjal Borah ০৮:৫১, ২২ জুলাই ২০১১ (UTC)

পাকঘৰ সম্পাদনা কৰক

পৃষ্ঠাটো ভিতৰত আছে দেখোন - http://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A3%E0%A7%80:%E0%A6%AA%E0%A6%BE%E0%A6%95%E0%A6%98%E0%A7%B0

কিন্তু এই পৃষ্ঠাটো প্ৰথম পৃষ্ঠাৰ "পাকঘৰ"লৈ পৰিৱৰ্তন কৰিব লাগিব৷ তুমি কৰি দিবা৷

Anjal Borah ০৬:১৪, ২৫ জুলাই ২০১১ (UTC)

ৱিকিপিডিয়াত কি কৰিব নোৱাৰে সম্পাদনা কৰক

ৱিকিপিডিয়া কি নহয় এই নামটো ইংৰাজী নামটোৰ অনুবাদ হ'ব৷ পিছে গোটেই কথাখিনি সামৰিব পৰা এটা নাম হোৱা হ'লে ভাল আছিল৷ বা এটা নতুন নামো দিব পাৰি৷ অলপ ভাবি চাও... তুমিও ভাবা৷ "ৱিকিপিডিয়া কি নহয়" এইটো কিবা শুৱলা লগা নাই দেখোন !!

Invite to WikiConference India 2011 সম্পাদনা কৰক

 

Hi Gitartha.bordoloi,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Are you coming for WCI 2011 ? --Naveenpf ০২:৩৩, ১৯ আগষ্ট ২০১১ (UTC)

Use of danda সম্পাদনা কৰক

Hi Gitartha, I think you have been using the pipe (|) instead of the "dari" (।) চাইপাও ১৬:৩১, ১৮ আগষ্ট ২০১১ (UTC)

Please consider using another keyboard then. There was a discussion in one of the facebook groups on which keyboard to use. চাইপাও ১২:২০, ১৯ আগষ্ট ২০১১ (UTC)

অসমৰ সংগীত সম্পাদনা কৰক

কথাটো হয়৷ ঠিক কৰি দিয়া৷ মই ভবাই নহ'ল৷

Anjal Borah ১২:৩৫, ২ চেপ্তেম্বৰ ২০১১ (UTC)

জয়ন্ত হাজৰিকা সম্পাদনা কৰক

মই পৃষ্ঠাটো মোটামুটি অনুবাদ কৰিলো। কিছুমান লিংক দিবলৈ আছে, চলচ্চিত্ৰ কেইখনমানৰ লিংক দিব লাগিব। তুমি কৰি দিবা। এতিবা বহুত ৰাতি হৈছে। টোপনি ধৰিছে মোৰ! টাইপ কোৰোঁতে বাৰে-কুৰি ভুল হৈছৈ!!!উদ্দীপতালুকদাৰ ২১:৪৩, ১৯ চেপ্তেম্বৰ ২০১১ (UTC)

লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰক

ঠিক আছে বাৰু৷ যথেষ্ট কিতাপ মোৰ হাতত আছে৷ দুই এদিনতে কৰি আছোঁ৷

Anjal Borah ০৫:৪৭, ২১ চেপ্তেম্বৰ ২০১১ (UTC)


লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰক

ঠিক আছে বাৰু৷ যথেষ্ট কিতাপ মোৰ হাতত আছে৷ দুই এদিনতে কৰি আছোঁ৷

Anjal Borah ০৫:৪৭, ২১ চেপ্তেম্বৰ ২০১১ (UTC)

শলাগিছোঁ সম্পাদনা কৰক

শ্রীমান গীতাৰ্থ,

এজন চিকিৎসকৰ ব্যস্ততাৰ মাজতো ৱিকিপিডিয়াৰ প্রতি তোমাৰ ধাউতি আৰু একাগ্রতা দেখি অভিভুত হ'লোঁ। এইদৰে কৰ্মযোগীৰ একাগ্রতা যাতে তুমি জীৱনৰ সকলো ক্ষেত্রতে বজাই ৰাখি দোপত দোপে উন্নতি কৰি যাব পাৰাঁ, ভগৱানৰ ওচৰত প্রাৰ্থনা জনালোঁ।

প্রভাকৰ শৰ্মা নেওগ Psneog ০০:০৫, ২৯ চেপ্তেম্বৰ ২০১১ (UTC)

অসম সম্পাদনা কৰক

আজি সেইবাবেই পৃষ্ঠাটো মেলি চাইছিলোঁ৷ আজিৰ পৰা কৰিম বুলি ভাবিছোঁ৷ শান্তনুদাই কিছু তথ্য দিছিল৷ টাইপ কৰিবলৈ অলপ সময় লাগিছে৷

Anjal Borah ১০:২৭, ৩ অক্টোবৰ ২০১১ (UTC)

চলচ্চিত্ৰ সম্পাদনা কৰক

ধন্যবাদ গীতাৰ্থ দা। মই যিমান পাৰোঁ এই বিভাগত তথ্য সংযোগ কৰি যাম। অম্লান ১৪:৩১, ৪ অক্টোবৰ ২০১১ (UTC)

অসমীয়া ভাষা সম্পাদনা কৰক

অসমীয়া ভাষা পৃষ্ঠাখন সম্পাদনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। চন্দ্রকান্ত অভিধান চাই অলপ অচৰপ অনুবাদ কৰিলোঁ। অনুবাদ কৰা প্রায়খিনিৰেই ইংৰাজী অংশখিনি মচি পেলোৱা নাই, কোনো ব্যাকৰণ চাই শুদ্ধ বুলি প্রমাণ পালে মচি পেলাব পৰা যাব। Mouchumi ২২:৪৫, ১১ অক্টোবৰ ২০১১ (UTC)

........................

মই ঘৰত কিছু লিখা আৰম্ভ কৰিছিলোঁ৷ অলপ সময় লাগিব৷ টাইপ কৰিবলৈ সময় পোৱা নাই৷ তথাপি আন কোনোবাই কৰিলে কৰিব পাৰে৷

Anjal Borah 04:53, 12 অক্টোবৰ 2011 (UTC)

Assamese typing banner সম্পাদনা কৰক

মই কৰিলোঁ নেকি? যদি কৰিলোঁ কিবা ভুলতেহে কৰিলোঁ চাগৈ, চাম, ঠিক কৰিম।

প্রভাকৰ শৰ্মা নেওগ 11:15, 12 অক্টোবৰ 2011 (UTC)

2011 Indian Anti- corruption Movement সম্পাদনা কৰক

ইয়াৰ অসমীয়া কি হ'ব পাৰে বাৰু? হিন্দীত जन लोकपाल विधेयक आंदोलन २०११ বুলি লিখিছে, সেইবাবে অৰবিন্দ কেজৰিৱাল পৃষ্ঠাত মই জন লোকপাল বিধেয়ক আন্দোলন, ২০১১ বুলি লিখিলোঁ। পিছে আন্না হাজাৰে পৃষ্ঠাত দুৰ্নীতি-বিৰোধী আন্দোলন বুলিহে লিখা দেখা পালোঁ। দুৰ্নীতি-বিৰোধী আন্দোলনটো খাপ খাব যেন লাগিছে, কি কৰা উচিত, any idea? --Mouchumi 09:43, 13 অক্টোবৰ 2011 (UTC)

সৌৰভ কুমাৰ চলিহা সম্পাদনা কৰক

অ'হ ছবিখন জানি শুনিয়েই আতঁৰোৱা বুলি নাজানিছিলোঁ । ঠিক আছে তেন্তে ছবিখন আতঁৰাই দিছো। পিছফালৰ পৰা তোলা ছবিখন ৰাখিম জানো। মোৰ বোধেৰে খালীয়েই ৰখা ভাল হ'ব নেকি?--Mouchumi 10:58, 15 অক্টোবৰ 2011 (UTC)


Side অৰ পৰা তোলা এখন বিচাৰি পাইছো। --Mouchumi 11:17, 15 অক্টোবৰ 2011 (UTC)

চন্দ্ৰকুমাৰ আগৰৱালা vs আনন্দ চন্দ্ৰ আগৰৱালা সম্পাদনা কৰক

আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ ছবি দুখন একে হৈ থাকিল। ছবিখন আচলতে কোনজন ব্যক্তিৰ verify কৰিব পৰা যাব নেকি? মই আনন্দ চন্দ্ৰ আগৰৱালাৰ ছবিখন http://tezpuronline.in/link_page/fam_pep.html এই link টোত পাইছিলোঁ। এতিয়া কাকনো বিশ্বাস কৰোঁ। নে দুই ঠাইতে ছবি আতঁৰাই থওঁ ?--Mouchumi 11:17, 15 অক্টোবৰ 2011 (UTC)


An Invite to join the Wikimedia India Chapter সম্পাদনা কৰক

 
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi Gitartha.bordoloi,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [1] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC)

সাবধান!! Achtung!! সম্পাদনা কৰক

ইনফ'বক্স - বিশেষকৈ মেপ চেপ থকাবোৰ ..... সাবধান!!! মই কালি মন্দিৰটো ঠিক কৰিবলৈ বাহিৰৰপৰা একস্পাৰ্ট মাতিবলগীয়া হৈছে!!


প্রভাকৰ শৰ্মা নেওগ 23:19, 24 নভেম্বৰ 2011 (UTC)

ইনফ'বক্স সম্পাদনা কৰক

মই তোমাৰ কথা কোৱা নাই, অম্লানে কৰিছিল। মই তেতিয়া বোলো ছেগতে ৰাইজকো কৈ থওঁ। আগতে এজনে (নামটো নকওঁ) টাইটল বোৰ সলনি কৰি দিয়া কিছুমানে বৰ লটি ঘটি খুৱাইছে।

যোৱা সপ্তাহ লাগি লাগি ক'ৰ্ডিনেট চিষ্টেমবোৰ ঠিক কৰিলোঁ।


বিশেষ কথা হৈছে কমিটি এখন বনাবই লাগিব। লীডাৰ নহ'লে কাম আগ নাবাঢ়ে। ইংৰাজী ৱিকিপিডিয়া মতে কাম কৰিলে কাম লেহেম হয়, কাৰণ বহুত ফৰ্মেলিটী আছে। (আজিকালি অবশ্য অলপ ৰিফৰ্ম কৰিছে। জাৰ্মানখনৰ নিয়মবোৰ ফাস্ট বুলি শুনিছোঁ (জাৰ্মান..Blitzkrieg.. ;-) )

কিন্তু আমাৰ নিয়মবোৰ অলপ এডপ্ত কৰি লবই লাগিব। সিহঁতৰ কন্ট্রবিউটৰ বেছি কাৰণে নিয়মবোৰ ফৰ্মেল।

মল্লুকেইটাক লৈ দিল্লিত জইন্ট ছেশ্যন এটা কৰিলে কেনে হয়, ধৰা জানুৱাৰীত?


প্রভাকৰ শৰ্মা নেওগ 08:13, 25 নভেম্বৰ 2011 (UTC)

বাৰ্তা তেজপুৰ সম্পাদনা কৰক

তেজপুৰৰ বাৰ্তাটি পঢ়িলো| ভাল কৰিলা| বাকীকেইখন জিলাৰ সদৰবোৰ তুমি চাইছিলা নে?

বেটুপাতৰ বিস্তৃত সূচী সম্পাদনা কৰক

Please check this and give your feedback.
This is an alternate version of "বেটুপাতৰ বিস্তৃত সূচী"
I think we can use it instead of the existing one.
--অম্লান জ্যো ব 10:56, 28 নভেম্বৰ 2011 (UTC)

মামণি ৰয়চম গোস্বামী সম্পাদনা কৰক

বাৰ্তা:মামণি ৰয়চম গোস্বামী চাবা

প্রভাকৰ শৰ্মা নেওগ 05:53, 30 নভেম্বৰ 2011 (UTC)

খেলিমেলি সম্পাদনা কৰক

সেইদিনা প্ৰভাকৰ দাৰ লগত মো এনে হৈছিল| আজি তোমাৰ লগতো হ’ল| ভূপেন হাজৰিকা পৃষ্ঠাটোত বানান বোৰ শুদ্ধ আৰু অন্যান্য সম্পাদনা কৰি উঠি Save কৰিব নোৱাৰিলো| সৱ অসাৰ হ’ল| এনেধৰনৰ গণ্ডগোলবোৰ সোনকালে আতঁৰ কৰাটো ভাল|

Bishnu Saikia বিষ্ণু শইকীয়া 17:51, 3 ডিচেম্বৰ 2011 (UTC)

জ্যামিতি সম্পাদনা কৰক

ইয়াত চোৱা: Wikipedia:জ্যামিতি

প্রভাকৰ শৰ্মা নেওগ 17:42, 14 ডিচেম্বৰ 2011 (UTC)

Infobox Royelty সম্পাদনা কৰক

সংশ্লিষ্ট /doc চাবপেজটোও কপী কৰি দিয়াঁ। লগত ইন্টাৰৱিকি লিংক কেইটাও ফিক্স কৰিবলৈ নাপাহৰিবাঁ। প্রভাকৰ শৰ্মা নেওগ 08:18, 31 ডিচেম্বৰ 2011 (UTC)

Check my wall সম্পাদনা কৰক

মোৰ ৱাল চোৱাঁ প্রভাকৰ শৰ্মা নেওগ 12:30, 31 ডিচেম্বৰ 2011 (UTC)