Askar Ali সম্পাদনা কৰক

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ নাম আস্কৰ আলী । মোৰ ঘৰ তেজপুৰ জিলাৰ পাঁচমাইলত । বৰ্তমান মই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও।


আস্কৰ আলী ।

নাম আস্কৰ আলী জন্ম দিন ১৯৯৮ ২৬ নবেম্বৰ । জন্ম স্থান তেজপুৰ। তেজুপৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ ছাত্ৰ। ই-মেইল askar.geofil@gmail.com


১৯৯৮ চনৰ ২৬ নবেম্বৰ তাৰিখে তেজপুৰত মোৰ জন্ম হৈছিল। তাৰ পিছত মই তেজপুৰৰ দোলাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। আজৰি সময়ত মই কিতাপ পঢ়ি আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সংস্কৃতি, জীৱবিজ্ঞান, ইতিহাস, ধৰ্ম, কলা, সংগীত, যোৰতিৰ্বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানত মোৰ ৰাপ আছে। পৰিয়াল আমাৰ পৰিয়ালত মা, দেউতা ডাঙৰ দুজন ককায়েক মই আৰু মোৰ এজনী ভন্টি আছে। শিক্ষা মই দোলাবাৰী প্ৰথমিক বিদ্যালয়ত প্ৰথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত পাচঁমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষা লাভ কৰোঁ। দৰং মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী আৰু তেজপুৰ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত অধ্যয়নৰত।