যান্ত্ৰিক অনুবাদ সম্পাদনা কৰক

নমস্কাৰ। অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। শেহতীয়াকৈ আপুনি জুলিয়াছ চিজাৰ নামৰ প্ৰবন্ধটো সম্পাদনা কৰিছে যদিও এনে প্ৰতীয়মান হৈছে যে আপুনি যোগ দিয়া সমগ্ৰ অংশ যান্ত্ৰিকভাৱে অনুবাদ কৰা আৰু সেয়েহে ইয়াত বাক্য গাঁ‌থনি আৰু ব্যাকৰণগত ত্ৰুটিৰ পয়োভৰ দেখা গৈছে। লগতে তথ্য উৎসৰ উল্লেখসমূহো মুঠেই অসম্পাদিত ৰূপত আছে। এই প্ৰবন্ধটো প্ৰয়োজন অনুসৰি সম্পাদনা কৰি ইয়াৰ ত্ৰুটিসমূহ আঁ‌তৰ কৰিবলৈ অনুৰোধ জনালোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 03:40, 19 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক