চাণক্য (বাৰ্তা) 04:46, 3 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

নমস্কাৰ , আপোনাৰ পৰামৰ্শৰ বাবে ধন্য়বাদ । ৱিকিপিডিয়াৰ নীতি নিয়ম অনুসৰি সময় উলিয়াই আমিও আপোনালোকৰ মহান যাত্ৰাত কিঞ্চিত সেৱা আগবঢ়াবলৈ পৰিকল্পনা কৰিছোঁ । সঘনাই নহলেও নহলেও চেগা চুৰুকাকৈ পাৰ্যমানে আপোনালোকৰ যাত্ৰাৰ সংগী হম কুশল কুমাৰ গগৈ (বাৰ্তা) 03:58, 23 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিক্ৰম ৰাজখোৱা ক্ষিপ্ৰ বিলোপন সম্পাদনা কৰক

 

বিক্ৰম ৰাজখোৱা নামৰ এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী অনুসৰি ক্ষিপ্ৰ বিলোপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। কাৰণ এইটো এটা উকা পৃষ্ঠা বা এই প্ৰবন্ধত পৰ্যাপ্ত বাক্য নাই, অৰ্থাৎ এইটো ৱিকিপিডিয়াৰ প্ৰবন্ধৰ ন্যূনতম দৈৰ্ঘ্য অতিক্ৰম কৰা নাই। অনুগ্ৰহ কৰি প্ৰবন্ধটোত পৰ্যাপ্ত পৰিমানে (সাধাৰণতে মূল প্ৰবন্ধত দুই অনুচ্ছেদবিশিষ্ট বা ১৫০ শব্দ, বা ১,২০০ আখৰ বিশিষ্ট লিখনিক পোখালি হিচাপে গ্ৰহণ কৰা হয়) তথ্য যোগ কৰি এইটোৰ বিকাশ কৰক। নহ’লে বিলোপ বাৰ্তা সংযোজন কৰাৰ ১০ দিন পাছত এই পৃষ্ঠাটো বিলোপ বা আন প্ৰবন্ধৰ সৈতে একত্ৰীকৰণ কৰা হ’ব।

ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী অনুসৰি, প্ৰবন্ধটো ৱিকিপিডিয়াৰ নীতি অনুসাৰে হোৱা নাই। অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বাবে প্ৰণীত সাধাৰণভাৱে গ্ৰহণযোগ্য নিৰ্দেশনা চাওক, আৰু আপুনি ইচ্ছা কৰিলে আপোনাৰ যুক্তি দেখাই এই বিলোপ জাননীৰ প্ৰতি আপত্তি দৰ্শাৱ পাৰে। লগতে আপুনি ব্যাখ্যা কৰক কিয় আপুনি বিশ্বাস কৰে যে, এই প্ৰবন্ধ অপসাৰণ কৰা উচিত নহয়। ইয়াৰ বাবে আপুনি {{আপত্তি}} টেগ দি প্ৰবন্ধ পৃষ্ঠাত যুক্ত কৰক আৰু প্ৰবন্ধৰ আলোচনা পৃষ্ঠাত আপোনাৰ যুক্তি প্ৰদান কৰাৰ অনুৰোধ কৰা হ’ল। তাৰপিছত অনুগ্ৰহ কৰি আপোনাৰ নিজে তৈয়াৰ কৰা প্ৰবন্ধৰ পৰা জাননীখন আতৰাই নিদিব।

অনুগ্ৰহ কৰি লক্ষ্য কৰক যে, অপসাৰণৰ প্ৰস্তাৱনা কোনো ব্যক্তিগত আক্ৰমণ নহয়। এইখন মাত্ৰ এখন জাননী যি ৱিকিপিডিয়াৰ নীতি নিৰ্দেশনা অনুসাৰে আপোনাক প্ৰদান কৰা হৈছে। ৱিকিপিডিয়াত অৱদান দিয়াৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ আৰু কোনো প্ৰশ্ন থাকিলে আপুনি নিসংকোচে মোৰ আলোচনা পৃষ্ঠাত বাৰ্তা পঠিয়াব পাৰে। চন্দন চিৰিং ফুকন ✉️ 16:57, 23 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক