সদস্য বাৰ্তা:পূৰ্বত নেওগ

(সদস্য বাৰ্তা:Purbat Neogৰ পৰা পুনঃনিৰ্দেশিত)
Latest comment: 3 বছৰৰ পূৰ্বে by অনামিকা(চুমু) বড়া in topic তথ্য উৎস

পূৰ্বত নেওগৰ সদস্য পৃষ্ঠালৈ আপোনাক স্বাগতম

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ শুভেচ্ছা জনালো

প্ৰবন্ধৰ একত্ৰীকৰণ সম্পাদনা কৰক

পলমকৈ উত্তৰ দিয়াৰ বাবে দুঃখিত। নতুন প্ৰবন্ধ এটাৰ কথাবোৰ আগৰ প্ৰবন্ধ এটাত থাকিলে, বা নতুনটোৰ কথাবোৰ পুৰণাটোৰ পৰিচ্ছেদ হিচাপে ৰাখিব পাৰিলে একত্ৰীকৰণ জাননী লগাই দিয়া হয়। আন সদস্যসকল একমত হ'লে নতুনটোৰ তথ্যখিনি পুৰণাটোত সুমুৱাই নতুনটোত [[delete|অমুক প্ৰবন্ধৰ লগত একত্ৰ]] এনেকৈ বিলোপ জাননী দিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 15:10, 14 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

সৰ্বশিক্ষা অভিযান সম্পাদনা কৰক

আপুনি সৃষ্টি কৰা সৰ্বশিক্ষা অভিযান‎‎ নামৰ প্ৰবন্ধটোৰ নামটোত বঙালী ৰ লুকাই আছে (ৰ + ব = ৰ্ব), সেয়ে প্ৰবন্ধটো শুদ্ধ নামৰ সৰ্বশিক্ষা অভিযান-লৈ স্থানান্তৰ কৰা হ'ল (ৰ + ব = ৰ্ব)। যিহেতু অসমীয়া ভাষাত বঙালী ৰ-ৰ ব্যৱহাৰ নহয়, অনুগ্ৰহ কৰি ৱিকিপিডিয়াত প্ৰবন্ধসমূহ সৃষ্টি বা বিস্তাৰ কৰাৰ সময়ত এই ক্ষেত্ৰত অলপ মন দিয়ে যেন। --SlowPhoton (talk) 04:00, 22 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধৰ তথ্যসূত্ৰ সম্পাদনা কৰক

নমস্কাৰ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে ধন্যবাদ জনালোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা বাক-সংহতি প্ৰবন্ধটোত তথ্যসূত্ৰ দিওঁ‌তে অলপমান ভুল কৰিছে। সহায়ৰ বাবে আপুনি লিংকটোত ক্লিক কৰিব পাৰে নাইবা chandan.official7@gmail.com ঠিকনাত মোলৈ ই-মেইল প্ৰেৰণ কৰিব পাৰে। আশা কৰিছোঁ‌ অসমীয়া ৱিকিপিডিয়াৰ সৈতে আপুনি আগলৈয়ো বৰঙণি আগবঢ়াই যাব। --Chiring chandan (talk) 06:30, 18 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়,মই চাম |আপোনাক ধন্যবাদ,আগলৈও এনেদৰে ভুলবোৰ দেখুৱাই দিয়ে যেন | পূৰ্বত নেওগ (talk) 04:42, 19 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিলোপনৰ প্ৰস্তাৱ সম্পাদনা কৰক

নমস্কাৰ, আপুনি সৃষ্টি কৰা ভূূমি প্ৰদূষণ আৰু সমাৰ্থক শব্দ নামৰ প্ৰবন্ধ কেইটা বিলোপনৰ বাবে প্ৰস্তাৱ কৰিছে। গতিকে এই প্ৰবন্ধকেইটা বিলোপ নকৰিবলৈ প্ৰবন্ধ কেইটা দীঘল কৰি আৰু তথ্যসূত্ৰ যোগ কৰি বিশ্বকোষৰ মানলৈ উন্নীত কৰিবলৈ অনুৰোধ জনালোঁ। দিব্য দত্ত  (বাৰ্তা) 15:56, 12 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

নিশ্চয় কৰিম |আপুনিও পাৰিলে অলপ সহায় কৰিবচোন | পূৰ্বত নেওগ (talk) 16:05, 12 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্য উৎস সম্পাদনা কৰক

আপুনি সৃষ্টি কৰা সৰ্বশিক্ষা অভিযান প্ৰবন্ধটোত ইংৰাজী ৱিকিৰ Sarva Shiksha Abhiyan প্ৰবন্ধটোৰ পৰা আৰু অধিক তথ্য, অনুচ্ছেদ যোগ দি তথ্যউৎস ৰ সমস্যাটো দূৰ কৰিব পাৰে। ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) 19:41, 21 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক



অনামিকা বা আপুনি অলপ চাবচোন প্ৰবন্ধটো পৰীক্ষাৰ বাবে মই অলপদিন এই জগতৰ পৰা আঁতৰি থাকিব লাগিব |

"পূৰ্বত নেওগ"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।