সাবৰমতী আশ্ৰম

মহাত্মা গান্ধীৰ বাসগৃহ (১৯১৭-১৯৩০)
(সবৰমতী আশ্ৰমৰ পৰা পুনঃনিৰ্দেশিত)

সাবৰমতী আশ্ৰম (ইংৰাজী: Sabarmati Ashram) ভাৰতগুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ কৰি সাবৰমতী নদীৰ পাৰত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই আশ্ৰমখনৰ নাম সবৰমতী ৰখা হয়। ইতিহাসবিদ সকলে পৌৰাণিক দধীচি ঋষিৰ আশ্ৰমখনো এই ঠাইতে আছিল বুলি বিভিন্ন মত প্ৰকাশ কৰিছে।

সাবৰমতী আশ্ৰম

সাবৰমতী আশ্ৰম, আহমেদাবাদ
সাবৰমতী আশ্ৰম is located in Gujarat
সাবৰমতী আশ্ৰম
গুজৰাটৰ স্থান
ভূ-স্থানাংক 23°03′36″N 72°34′51″E / 23.06°N 72.58083°E / 23.06; 72.58083
নাম
অন্য নাম সত্যাগ্ৰহ আশ্ৰম আৰু হৰিজন আশ্ৰম
আনুস্থানিক নাম সাবৰমতী আশ্ৰম
স্থান
দেশ ভাৰত
ৰাজ্য গুজৰাট
স্থান সাবৰমতী আশ্ৰম, আহমেদাবাদ
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৭ জুন ১৯১৭
স্থপতি চাৰ্লচ কোৰিয়া
ৱেবছাইট www.gandhiashramsabarmati.org

স্থিতিসম্পাদনা কৰক

আশ্ৰমখন গছৰ শীতল ছাঁত স্থিত। আশ্ৰমখনৰ এফালে কেন্দ্ৰীয় কাৰাগাৰ আৰু আনফালে শ্মশান আছে।

ইতিহাসসম্পাদনা কৰক


আলোকচিত্ৰৰ ভঁৰালসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক