সাঁচ:আজিৰ আপুনি জানেনে-১০

  • ...যে মঙ্গলযান ভাৰতৰ প্ৰথম আন্তঃগ্ৰহীয় অভিযান?
  • ...যে অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাসে ৰেলৰ বাবে ভেকুৱাম (বায়ুশূণ্য) ব্ৰেক পদ্ধতি ("জি.পি. ব্ৰেক") আৱিষ্কাৰ কৰিছিল?
  • ...যে খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰাই চাল-কুঁৱৰীক বনৌষধি হিচাবে ব্যৱহাৰ কৰা হৈ আহিছে?
  • ...যে গঙ্গা নদী বিশ্বৰ পাঁচখন আটাইতকৈ দূষিত নদীৰ এখন?