২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ক্ৰমিক
নং
মুক্তিৰ তাৰিখ ছবি পৰিচালক সঙ্গীত পৰিচালক শৈলী
(Genre)
টোকা তথ্যসূত্ৰ
২০২০, ২৮ আগষ্ট জোনাকী পৰুৱা প্ৰকাশ ডেকা তৰালী শৰ্মা [1]
২০২০, ৩ জানুৱাৰী জনকনন্দিনী কুঞ্জলতা গগৈ দাস নন্দ বেনাৰ্জী [2]
২০২১, ২৩ জানুৱাৰী গৰু হিমাংশু প্ৰসাদ দাস পলাশ সূৰ্য গগৈ হাস্য-ব্যংগ [3]
২০২২, ৬ মে' গংগা মণি সিনহা অজয় ফুকন একচন [4]
২০২২, ১৩ মে' লোকেল উৎপাত কেনী বসুমতাৰী কমেডী [5]
২০২২, ১৭ জুন এমুঠি পুঠি কুল নন্দিনী মহন্ত বেচহোল (মনদ্বীপ তাৰো) নাট্যধৰ্মী, কমেডী [6]
২০২২, ২৪ জুন দাদা তুমি দুষ্ট বৰ সমীৰ বুঢ়াগোহাঁই আলাপ দুদুল ৰোমাণ্টিক, কমেডী
২০২২, ১ জুলাই গুৱাহাটী ডায়েৰীজ প্ৰশান্ত শইকীয়া ড্ৰামা [7]
২০২২, ২৯ জুলাই উপসৰ্গ কংকন ডেকা
১০ ২০২২, ১৯ আগষ্ট গ'গআই চন্দ্ৰ মুদৈ [8]
১১ ২০২২, ৯ ছেপ্তেম্বৰ বুলু ফিল্ম হিমাংশু প্ৰসাদ দাস ব্লেক কমেডী
১২ ২০২২, ১৬ ছেপ্তেম্বৰ বুম্বা ৰাইড
(মিচিং-অসমীয়া চলচ্চিত্ৰ)
বিশ্বজিৎ বৰা হাস্য-ব্যংগ মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা [9]
১৩ ২০২২, ২৩ ছেপ্তেম্বৰ চেমখোৰ
(ডিমাছা ভাষাৰ চলচ্চিত্ৰ)
আইমী বৰুৱা নাট্যধৰ্মী জুৰীৰ বিশেষ উল্লেখ তথা ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা [10]
১৪ ২০২২, ৩০ ছেপ্তেম্বৰ ব্ৰীজ কৃপাল কলিতা নাট্যধৰ্মী শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা [11]
১৫ ২০২২, ৭ অক্টোবৰ বেলকনিত ভগৱান বিশ্বজিৎ বৰা বিশাল খত্ৰী নাট্যধৰ্মী [12]
১৬ ২০২২, ১৪ অক্টোবৰ ঘোষ্ট অফ মাইখুলি পংকজ চ'ৰাম বেচহল (মনদীপ তাৰো) একচন [13]
১৭ ২০২২, ১৪ অক্টোবৰ মোৰ শেষ গান প্ৰবাল বৰুৱা অজয় সিংহ
১৮ ২০২২, ২৮ অক্টোবৰ লংকাকাণ্ড ৰজনী বৰ্মন
১৯ ২০২২, ৪ নবেম্বৰ বন্ধু ত্ৰিদীপ লাহন
২০ ২০২৩, ২৭ জানুৱাৰী অনুৰ মঞ্জুল বৰুৱা অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা [14][9]
২০ ২০২৩, ৩ ফেব্ৰুৱাৰী ডক্তৰ বেজবৰুৱা ২ নিপন গোস্বামী
২১ ২০২৩, ২৪ ফেব্ৰুৱাৰী ক'লা বগা (Black N White ধনজিৎ দাস

তথ্য উৎস সম্পাদনা কৰক

  1. "আপুনি জানেনে কাৰ ভুলৰ বাবে কিয় গাঁৱৰ পৰা আঁতৰি গ'ল মাইনা?". News next one. https://www.newsnextone.com/jonaki-parua-a-movie-focusing-the-lgbt-community। আহৰণ কৰা হৈছে: 12 October 2020. 
  2. "পৰিচালক অমিতাভ বৰাৰ সৈতে হেঁতালি খেলিছে “জনকনন্দিনী” ৰ প্ৰযোজকে". 2019-11-27. https://rupaliparda.com/archives/8323. 
  3. "আহি আছে নতুন অসমীয়া ছবি 'গৰু'". 2019-10-31. https://www.etvbharat.com/assamese/assam/sitara/cinema/goru-assamese-movie-title-logo-released/assam20191031215007574. 
  4. "Ganga: Ekhoni Bowati Hiya". https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/ganga-ekhoni-bowati-hiya/movieshow/91347544.cms। আহৰণ কৰা হৈছে: 14 মে' 2022. 
  5. "Local Utpaat". https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/local-utpaat/movieshow/91515250.cms। আহৰণ কৰা হৈছে: 14 মে' 2022. 
  6. https://m.imdb.com/title/tt20220796/
  7. "Assamese Film ‘Guwahati Diaries’ To Release On July 1". June 15, 2022. https://www.guwahatiplus.com/buzz/assamese-film-guwahati-diaries-to-release-on-july-1। আহৰণ কৰা হৈছে: 16 July 2022. 
  8. "Assamese film Gogoi: অসমীয়া ছবি গগৈৰ ট্ৰেইলৰ মুকলি". www.etvbharat.com. July 31, 2022. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/gogoi-film-trailer-released-in-guwahati/assam20220731201310020020351। আহৰণ কৰা হৈছে: 14 August 2022. 
  9. 9.0 9.1 "69th National Film Awards 2023 complete winners list: Rocketry, Alia Bhatt, Kriti Sanon, Allu Arjun, RRR, Gangubai Kathiawadi win big". 24 August 2023. https://indianexpress.com/article/entertainment/bollywood/69th-national-film-awards-2023-winners-list-8907028/. 
  10. "68th National Film Award". Directorate of Film Festivals, GOI. https://dff.gov.in/images/News/NFA68WinnerList.pdf। আহৰণ কৰা হৈছে: 2 October 2022. 
  11. "Kripal Kalita’s ‘Bridge’: The Assamese movie making waves globally". East Mojo. https://www.eastmojo.com/movies/2021/07/15/kripal-kalitas-bridge-the-assamese-movie-making-waves-globally/। আহৰণ কৰা হৈছে: 29 September 2022. 
  12. "Balconit Bhogawan (God On The Balcony)". in.bookmyshow.com. https://in.bookmyshow.com/morigaon/movies/balconit-bhogawan-god-on-the-balcony/ET00341158। আহৰণ কৰা হৈছে: 13 October 2022. 
  13. "অসমৰ প্ৰথমখন ৰিয়েল এক্সনধৰ্মী চিনেমা Ghost of Maikhuli". East Mojo অসম. https://assam.eastmojo.com/news/culture-entertainment/ghost-of-maikhuli-trailer-release/। আহৰণ কৰা হৈছে: 13 October 2022. 
  14. "২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ". দৈনিক অগ্ৰদূত. https://dainikagradoot.in/blog/2023/01/11/new-assamese-movie-anur%E0%A7%A8%E0%A7%AD-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%97%E0%A7%83/। আহৰণ কৰা হৈছে: 26 January 2023.