২০ ফেব্ৰুৱাৰী
তাৰিখ
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
২০ ফেব্ৰুৱাৰী (ইংৰাজী: 20 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৪টা দিন (অধিবৰ্ষত ৩১৫ দিন) বাকী থাকে।
বিশেষ ঘটনা
সম্পাদনা কৰক- ১৯৮৭ - মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
জন্ম
সম্পাদনা কৰক- ১৯৮১ - নুচৰাত ইমৰোজ তিছা, বাংলাদেশী অভিনেত্ৰী, মডেল আৰু প্ৰযোজক।
- ১৯৮৮ - ৰিয়ানা, বাৰ্বাৰিয়ান অভিনেত্ৰী।
- ১৯৮৮ - জিয়া খান, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৯০ - পত্ৰলেখা পাল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৫০ - শৰৎচন্দ্ৰ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ২০০৯ - অমিতা মালিক, ভাৰতীয় মিডিয়া সমালোচক।
- ২০১৬ - হীৰেন্দ্ৰ নাথ দত্ত, অসমীয়া কবি আৰু সমালোচক।
- ২০২২ - শকুন্তলা চৌধুৰী, ভাৰতীয় সমাজ কৰ্মী।
দিৱস
সম্পাদনা কৰক- বিশ্ব সামাজিক ন্যায়বিচাৰ দিৱস