২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

(২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পুনঃনিৰ্দেশিত)

২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।[1]

Indian National Highway ২২৯
২২৯
ৰাষ্ট্ৰীয় ঘাইপথ ২২৯
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From টাৱাঙ, অৰুণাচল প্ৰদেশ
To পাছিঘাট, অৰুণাচল প্ৰদেশ
Location
Statesঅৰুণাচল প্ৰদেশ: ১০৯০ কিঃমিঃ
Primary
destinations
টাৱাঙ - ব'মডিলা - ছেপ্পা - জিৰ' - দাপ'ৰিজ' - আলঙ - পাছিঘাট
Highway system
ভাৰতীয় পথ নেটৱৰ্ক
ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

সংযোগ স্থাপন কৰা ঠাইসমূহ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক