১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৭ এপ্ৰিল (ইংৰাজী: 27 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৭তম (অধিবৰ্ষত ১১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৮টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

১৮০৬ - স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান

মৃত্যুসম্পাদনা কৰক

  • ২০১৭- দিলীপ কুমাৰ বৰুৱা, শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়। ১৯৪৩ চনত তেখেতৰ জন্ম হৈছিল।
  • ২০১৭- বিনোদ খান্না, ভাৰতীয় অভিনেতা।
  • ২০০৯ - বিখ্যাত চিকাৰী জিয়াউৰ ৰহমান ।

দিৱসসম্পাদনা কৰক

  • বিশ্ব গ্ৰাফিক ডিজাইন দিৱস।

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক