২৮ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
২৮ অক্টোবৰ (ইংৰাজী: 28 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০১তম (অধিবৰ্ষত ৩০২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯২২ - আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয়।
- ১৯৬০ - শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে।
- ১৯৯৯ - ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।
জন্ম
সম্পাদনা কৰক- ১০১৭ - তৃতীয় হেনৰি, জাৰ্মান সম্ৰাট।
- ১৮৬৭ - ভগ্নী নিবেদিতা, এংলো-আইৰিছ সমাজ কৰ্মী, লেখক, শিক্ষক আৰু স্বামী বিবেকানন্দৰ শিষ্য।।
- ১৯৪৬ - জৰ্জ বেকাৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা।
- ১৯৫০ - লোকনাথ গোস্বামী, অসমৰ প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী।
- ১৯৫৫ - বিল গেটছ, মাইক্ৰছফট্ স্বতাধিকাৰী।
- ১৯৫৫ - ইন্দ্ৰা নূয়ী, বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।
- ১৯৭৮ - অদিতি ৰাও হায়দৰী, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷
- ১৮৯২ - মণিলাল মোহনদাস গান্ধী, মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান।
মৃত্যু
সম্পাদনা কৰক- ১৬২৭ - জাহাংগীৰ, চতুৰ্থ মোগল সম্ৰাট।
- ১৭০৪ – জন ল'কে, ইংৰাজ দাৰ্শনিক, উদাৰতাবাদৰ জনক। (মৃঃ ২৯ আগষ্ট, ১৬৩২)
- ২০১১ - শ্ৰীলাল শুক্লা, হিন্দী ভাষাৰ ব্যংগ লেখক।
- ২০২১ - অৱন বৰপূজাৰী, অসমীয়া ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ।
- ২০২২ - নীলপৱন বৰুৱা, অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। (জঃ ১ জুন, ১৯৩৬)
দিৱস
সম্পাদনা কৰক- আন্তৰ্জাতিক এনিমেছন দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৮ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |